--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দিল্লীৰ জনপ্ৰিয় 'বাবা কা ধাবা'ৰ গৰাকী কান্তা প্ৰসাদে আত্মহত্যাৰ চেষ্টা চলোৱাৰ বাতৰি জানিব পৰা গৈছে৷ বৰ্তমান কান্তা প্ৰসাদ ছফদৰজং চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷

দিল্লী আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে নিশা ১১.১৫ বজাত কান্তা প্ৰসাদে আত্মহত্যাৰ চেষ্টা চলোৱা পাছতে ততাতয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত৷ ৮১ বছৰীয়া কান্তাই অব্যৱহাৰযোগ্য সুৰাপান আৰু শ্লিপিং টেবলেট গ্ৰহণ কৰিছিল বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে৷

উল্লেখ্য যে, বিগত বৰ্ষত জনপ্ৰিয় ইউটিউবাৰ গৌৰৱ ৱাছানৰ এটা ভিডিঅ'ৰ পাছতে দেশজুৰি জনপ্ৰিয় হৈ পৰে 'বাবা কা ধাবা'৷ সেই সময়ত যথেষ্ট লাভবান হৈছিল যদিও বৰ্তমান সময়ত যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল কান্তা প্ৰসাদ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ