--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰত কিছুদিনপূৰ্বে সংঘটিত হোৱা গুলীয়াগুলীৰ ঘটনাৰ পাছত স্মৃতিচাৰণ অনুষ্ঠান তথা গ্ৰীষ্মকালীন বেচৰকাৰী সূচনাৰ পাছতে দেশখনত বিগত ৭ দিনত ক’ভিড-১৯ৰ সংক্ৰমণৰ হাৰ ৬গুণলৈ বৃদ্ধি পাইছে। বিগত বৰ্ষৰ তুলনাত ক্ৰমশঃ কৰ’না সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱা বুলি ‘দ্য হিল’ কাকতত প্ৰকাশ পাইছে।

জনছ হপকিন্স ক’ৰোনা ভাইৰাছ ৰিচ’ৰ্ছ চেণ্টাৰে জনোৱা মতে, আমেৰিকাত শনিবাৰলৈ ৭ দিনত গড়ে ১ লাখ ১৯ হাজাৰ ৭২৫ গৰাকী কৰ’নাক্ৰান্তক চিনাক্ত কৰা হৈছে। বিগত বৰ্ষৰ ২৬ মে’ত আক্ৰান্তৰ সংখ্যা আছিল ১৬,০০৬ জন।

বহু লোকে ঘৰতে ক’ভিড-১৯ পৰীক্ষা কৰিছে যদিও ৰিপৰ্ট অহা নাই। সেইবাবে আক্ৰান্তৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। আমেৰিকাৰ স্বাস্থ্য বিষয়াসকলে পুনৰ এই মহামাৰীৰ আন এক ঢৌৰ মুখামুখি হ’বলৈ বিচৰা নাই। এই সন্দৰ্ভত আমেৰিকাৰ জনসাধাৰণক সতৰ্ক কৰি দিছে বিশেষজ্ঞসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ