--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো গো-মাংস বিক্ৰী কৰিছিল হোটেলকেইখনে।

ডিজিটেল ডেস্ক : ৰাজ্যৰ বিভিন্ন প্ৰান্তত গো মাংস উদ্ধাৰ হৈ থকা ঘটনাকলৈ ৰাজ্যজুৰি তীব্র প্ৰতিক্ৰিয়া অব্যাহত আছে। অসম চৰকাৰে শেহতীয়াকৈ ৰেষ্টুৰেণ্ট আৰু অনুষ্ঠানকে ধৰি ৰাজহুৱা স্থানত গো-মাংস গ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে কিন্তু তাৰপাছতো ৰাজ্যৰ ঠায়ে ঠায়ে উদ্ধাৰ হৈয়ে আছে গো-মাংস।


মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে গো মাংসৰ বিৰুদ্ধে একছন মুডত অসম আৰক্ষী৷ এইবাৰ  গো-মাংসৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান।


নগাঁৱৰ বৰবজাৰ, ঢাকাপট্টিত আৰক্ষীৰ অভিযান। নগাঁৱৰ হোটেল তাজ, হোটেল আয়ুব, হোটেল আল্লাৰাখাত উদ্ধাৰ হৈছে গো-মাংস।


প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো গো-মাংস বিক্ৰী কৰিছিল হোটেলকেইখনে। নগাঁও সদৰ অ'চি দেৱজিৎ দাসৰ নেতৃত্বত চলিছে অভিযান।


আৰক্ষীৰ তদন্ত অব্যাহত। নিষেধাজ্ঞা মানি নচলা লোকসকলৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ