--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰুষসকলৰ মাজৰে বহুতেই নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা দেখা নাযায়। তেনে পুৰুষসকলে আনকি খোৱা-বোৱাৰ ক্ষেত্ৰতো সচেতন নহয়। পুৰুষসকলে নিজৰ স্বাস্থ্যৰ যতনৰ বাবে কেইটামান বিশেষ কথালৈ মন দিয়া উচিৎ বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে। 

পৰ্যাপ্ত ব্যায়াম কৰক আৰু প্ৰয়োজনীয় সময়ৰ বাবে টোপনি মাৰক
কেইবাটাও অধ্যয়নে পৰামৰ্শ দিছে যে ওজন হ্ৰাস আৰু  মেদবহুলতা থকা লোকসকলৰ মাজত ব্যায়ামৰ জৰিয়তে  স্বাস্থ্য ৰক্ষা কৰিব পাৰি৷২০১৭ চনৰ এক পৰীক্ষাৰ পৰা জনা গৈছে যে  নিয়মীয়া ব্যায়ামে মেদবহুলতা হ্ৰাস কৰাৰ লগতে  সক্ৰিয়তা  বৃদ্ধি কৰে।

ধূমপান ত্যাগ কৰক
২০১৬ চনৰ এক পৰীক্ষাই সামৰি লোৱা ৬,০০০ অংশগ্ৰহণকাৰীৰ ক্ষেত্ৰত দেখা গৈছিল যে ধূমপান কৰা সকলৰ  শুক্ৰাণুৰ সংখ্যা নিৰন্তৰভাৱে হ্ৰাস পাই গৈছে৷সেয়ে ধূমপান ত্যাগ কৰিবলৈ স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে৷

অত্যাধিক সুৰাপান পৰিহাৰ কৰিব
 সুৰা, মাৰিজুয়ানা আৰু কোকেইনৰ দৰে ড্ৰাগছৰ ব্যৱহাৰে স্বাস্থ্যৰ ক্ষতি কৰে।   সৈতে সম্পৰ্কিত কৰিছে।সেয়ে অত্যাধিক সুৰাপান পৰিহাৰ কৰা ভাল৷

মেথি খোৱাৰ অভ্যাস কৰক

মেথি দীৰ্ঘদিন ধৰি  সুস্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হৈ আহিছে৷ প্ৰাকৃতিক প্ৰতিকাৰ হিচাপে  সেয়ে মেথি ব্যৱহাৰ কৰিব পাৰি৷ই শুক্ৰাণুৰ সংখ্যাও উন্নত কৰাত সহায় কৰিব পাৰে।

পৰ্যাপ্ত ভিটামিন ডি গ্ৰহণ কৰক

 ভিটামিন ডি আৰু কেলচিয়ামে স্বাস্থ্যৰ ওপৰত  প্ৰভাৱ পেলোৱা দেখা যায়। গৱেষকসকলে  উৰ্বৰতা আৰু তেজত  থকা উচ্চ স্তৰৰ ভিটামিন ডি-ৰ মাজত এক গুৰুত্বপূৰ্ণ সম্পৰ্ক বিচাৰি পাইছে৷অৱশ্যে অভিজ্ঞ জনৰ পৰামৰ্শ মতেহে অতিৰিক্ত ভিটামিন ডি গ্ৰহণ কৰা ভাল৷গৱেষণাই দেখুৱাইছে যে কেলচিয়ামৰ অভাৱৰ ফলত স্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিব পাৰে।
অশ্বগন্ধা খাওঁক

অশ্বগন্ধা বা ভাৰতীয় জিনচেঙে দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণৰ বিকাৰৰ প্ৰতিকাৰক হিচাপে ভূমিকা পালন কৰি আহিছে।অশ্বগন্ধাই মানসিক চাপ হ্ৰাস কৰাৰ লগতে স্বাস্থ্যৰ উন্নতি  কৰে৷ ইয়াৰ লগতে জিংক থকা খাদ্য প্ৰচুৰ পৰিমাণে খালেও সুস্থতা অটুট থাকে বুলি  স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ