--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : উত্তৰ-প্ৰদেশৰ এটি বিৰল ঘটনাই সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে৷ বিয়াৰ দিনাই ৰক্তদান কৰি এযোৰ দৰা-কইনাই ৰক্ষা কৰে এগৰাকী কণমানি শিশুৰ জীৱন৷ টুইটাৰত আৰক্ষী আশিস কে আৰ মিশ্ৰাই ৰক্তদানৰ ফটো শ্বেয়াৰ কৰাৰ পাছতেই সকলোতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ বিবাহৰ এই মধুৰ সময়ছোৱাত আশীৰ্বাদ হিচাপে নৱবিবাহিত দৰা-কইনাক উপহাৰ দিয়াৰ পৰম্পৰাটো চলি থাকোতেই কিছু ব্যতিক্ৰমী অভিৰুচী দেখুৱাই এই দম্পতিয়ে।

আৰু পঢ়িব পাৰিব : অবৈধভাৱে মজুত কৰি ৰখা জিলেটিন ষ্টিকৰ বিস্ফোৰণত ৬জন লোক নিহত…

জানিব পৰা মতে, এগৰাকী কণমানি শিশুক তেজৰ অতি প্ৰয়োজন আছিল আৰু কোনেও ৰক্তদান কৰিবলৈ আগবাঢ়ি অহা নাছিল। আৰু তেনে সময়তেই নিজৰ বিবাহৰ মাজতেই নৱদম্পতিহালে আগবাঢ়ি আহি ৰক্তদান কৰে।

আৰু পঢ়িব পাৰিব : ৰাজ্যত বিদ্যালয়-বিশ্ববিদ্যলয়ত পুনৰ ক’ভিড সংক্ৰমণ !

প্ৰয়াগৰাজৰ আৰক্ষী বিষয়াজনে ছবিখনত মনোভাব প্ৰকাশ কৰি লিখিছিল, 'মোৰ ভাৰত মহান।' তেওঁ আনকি এইবুলিও বৰ্ণনা কৰিছিল যে, 'কোনো স্বেচ্ছাসেৱকে ৰক্তদান কৰিবলৈ আগবাঢ়ি নহাটো বৰ দুখৰ বিষয়! তেওঁতো কাৰোৱাৰ সন্তান!'


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ