--°C
Loading...
Listen to Article
2 min read
80%

বেংগালুৰু : কৰ্ণাটকৰ কোৱেৰি অঞ্চলত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় সোমবাৰে নিশা। এই বিস্ফোৰণত ৬জন লোক নিহত হৈছে। জানিব পৰা মতে অবৈধভাৱে মজুত কৰি ৰখা জিলেটিন ষ্টিক এখন ট্ৰাকৰ পৰা এই বিস্ফোৰণ সংঘটিত হয়৷

আৰু পঢ়িব পাৰিব : ৰাজ্যত বিদ্যালয়-বিশ্ববিদ্যলয়ত পুনৰ ক’ভিড সংক্ৰমণ !

আৰক্ষীৰ অভিযানৰ পৰা বাচিবলৈ জিলেটিন বাৰসমূহ নষ্ট কৰিবলৈ যাওতে বিস্ফোৰণ ঘটি কমেও ৬জন লোকে প্ৰাণ হেৰুৱাইছে। এই ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰি টুইটযোগে কয়, "কৰ্ণাটকৰ বিস্ফোৰণত প্ৰাণ হেৰুওৱাত মই মৰ্মাহত হৈছো। মৃতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। আহতসকল শীঘ্ৰে সুস্থ হৈ উঠক তাৰেই প্ৰাৰ্থনা কৰিছো।"

আৰু পঢ়িব পাৰিব : শিমলুগুৰিত বিদ্যুতৰ খুঁটাৰ ৰূপত বাঁহ-জীৱন্ত গছ

ইপিনে এই ঘটনাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বি এছ য়াডুৰাপ্পাই ঘটনাৰ শীঘ্ৰে তদন্তৰ আশ্বাস দিয়াৰ লগতে অভিযুক্তসকলৰ বিৰুেদ্ধ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ