--°C
Loading...
Listen to Article
2 min read
80%

শিৱসাগৰ : শিৱসাগৰৰ হাঁহচৰাত নাহৰফুটুকীৰ আতংক। হাঁহচৰাৰ ঢেকেৰী খণ্ডৰ বকল, লেবাং আৰু ঢেকেৰী গাঁৱৰ লগতে ডিমুৱালৰ এক বৃহৎ অঞ্চলত সন্ত্ৰাস চলাইছে নাহৰফুটুকী বাঘে। আজি বহু দিনৰ পৰা নাহৰফুটুকী বাঘে পোহনীয়া গৰু-ছাগলী ভক্ষণ কৰি আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে।

আৰু পঢ়িব পাৰিব : বৰ্ণ বৈষম্য : ৰশ্মি সামন্তৰ প্ৰসংগত ৰাজ্যসভাত সৰৱ চৰ্চা

অঞ্চলটোত অনুৰূপ ঘটনা সংঘটিত হৈছে সোমবাৰে। এখন বিবাহ যাত্ৰীৰ গাড়ীৰ সন্মুখত নাহৰফুটুকী বিচৰণ কৰা দৃশ্য এজনে নিজৰ ম'বাইলৰ কেমেৰাত আৱদ্ধ কৰিলে। ইয়াৰ পাছতে ছচিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হোৱাক লৈ আৰু অধিক আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।

আৰু পঢ়িব পাৰিব : নিৰ্মমভাৱে হত্যা কৰি কাটি নিলে দেহৰ কেইবাটাও অংগ !

বৰ্তমানলৈকে পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ। এই ঘটনাক লৈ বনবিভাগক অৱগত কৰোৱাৰ পাছতো কোনো কাণসাৰ নাই বুলি অভিযোগ কৰিছে স্থানীয় লোকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ