--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰচণ্ড গ্ৰীষ্মদাহে দহিছে বিহাৰক৷ বিগত কেইটামান দিন ধৰি ৰাজ্যখনত উষ্ণতা ইমানেই বৃদ্ধি পাবলৈ ধৰিছে যে বিহাৰৰ নাগৰিকৰ জীৱনযাত্ৰাও স্তব্ধ হৈ পৰিছে৷

তাৰ মাজতে এটি বিহাৰৰ এটি বিশেষ ঘটনাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে৷ এটা অদ্ভুত ঘটনাৰ সাক্ষী হৈ ৰ’ল গয়াবাসী৷ গ্ৰীষ্মই বিহাৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে৷

বিহাৰ গয়াত এজন যুৱকে পথৰ কাষত ৰ’দৰ তাপতে অমলেট প্ৰস্তুত কৰা দৃশ্যই এতিয়া সকলোকে আমোদ দিছে৷  পথৰ কাষত এখন বেঞ্চত যুৱকজনে অমলেট প্ৰস্তুত কৰি থকা দেখা গৈছে৷ ইয়াৰ পৰাই প্ৰতীয়মান হয় যে বিহাৰত গ্ৰীষ্মৰ উষ্ণতাই কালৰূপ ধাৰণ কৰিছে৷ 
বিশেষকৈ নৱাদা, ঔৰংগাবাদ আৰু গয়া জিলাত এক অভিলেখ ভংগকাৰী গৰমে জনজীৱন ব্যাহত কৰি তোলা পৰিলক্ষিত হৈছে৷

গয়াৰ যুৱকসকলে গৰমৰ তীব্ৰতা জোখাৰ বাবে টেবুলত নিজেই অমলেট বনোৱা আৰম্ভ কৰিছে৷ সাতৰ পৰা আঠ মিনিটত সাজু কৰি তুলিছে ৰ’দৰ উষ্ণতাত প্ৰস্তুত কৰি তোলা অমলেট৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ