--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ বিভিন্ন ৰাজ্যত সৃষ্টি হৈছে বিদ্যুৎ সংকটৰ৷ যাৰ বাবে সমগ্ৰ দেশত কমেও ৪০০ ৰেকৰ চলাচলৰ সুবিধাৰ বাবে প্ৰায় ২৪০খন যাত্ৰীবাহী ৰে'ল বাতিল কৰা হৈছে। ৰে'লৱে সূত্ৰই সদৰি কৰা মতে যোৱা বছৰ, ৰে'লৱেই ৩৪৭ টা কয়লা ৰেক চলাইছিল। এই বছৰৰ ৪০০ কয়লা ৰেকৰ সংখ্যা এতিয়ালৈকে সৰ্বাধিক৷ 

ইয়াৰ পূৰ্বে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে, গ্ৰীষ্ম প্ৰবাহৰ বাবে ১৬ খন ৰাজ্যত বিদ্যুতৰ চাহিদা বৃদ্ধি পাইছে আৰু প্ৰয়োজনীয়তা অনুসৰি কয়লা যোগান ধৰা হোৱা নাই, যাৰ ফলত বিদ্যুৎ যোগান প্ৰভাৱিত হৈছে। তেওঁ কৈছিল যে এই পৰিস্থিতিটো এটা ৰাষ্ট্ৰীয় সংকট। 

দিল্লীৰ শক্তিমন্ত্ৰী সত্যেন্দ্ৰ জৈনে কয় যে তৎক্ষণাৎ বিদ্যুৎ প্ৰকল্পসমূহলৈ কয়লা যোগান নধৰিলে চিকিৎসালয়ৰ দৰে অত্যাৱশ্যকীয় স্থানবোৰত বিদ্যুৎ সংযোগ ব্যাহত হ'ব পাৰে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট কৰি কয় যে, ‘দেশত শক্তিৰ বৃহৎ অভাৱৰ সৃষ্টি হৈছে। এতিয়ালৈকে আমি দিল্লীত যেনে তেনে শক্তিৰ যোগান অব্যাহক ৰাখিছোঁ যদিও মগ্ৰ ভাৰততে পৰিস্থিতি অতি গুৰুতৰ। আমি সোনকালেই ইয়াৰ সমাধান বিচাৰি একত্ৰিভাৱে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই সমস্যাৰ মোকাবিলা কৰিবলৈ দ্ৰুত, দৃঢ় পদক্ষেপৰ প্ৰয়োজন।’



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ