--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কালি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সাক্ষাৎ কৰে তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ নমতা বেনাৰ্জীয়ে৷ দেশৰ পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ বাবে  বিৰোধী ঐক্য গঠনত আম আদমী পাৰ্টীয়ে আগ্ৰহ প্ৰকাশ কৰি কেজৰিৱালে সাক্ষাৎ কৰে বেনাৰ্জীক৷

আপ নেতা অৰবিন্দ কেজৰিৱাল আৰু তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জীয়ে তেওঁলোকৰ বৈঠকত কি আলোচনা কৰিছিল সেয়া এই পৰ্যন্ত ৰাজহুৱা কৰা নাই যদিও লোকসভা নিৰ্বাচনৰ মিত্ৰতা সম্পৰ্কতে আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত এখন বৈঠক অনুষ্ঠিত কৰে৷ শেহতীয়াকৈ তেওঁলোকৰ দল দুটাই গোৱা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছত এইখন আছিল প্ৰথমখন বৈঠক।

উল্লেখযোগ্য যে, তৃণমূল কংগ্ৰেছে গোৱাত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত দুয়োজন মুখ্যমন্ত্ৰীৰ মাজত সম্পৰ্ক তিক্ত হোৱা বুলি চৰ্চা চলিছিল, য’ত পূৰ্বৰ পৰাই কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ প্ৰস্তুতি চলাই আছিল। সেইসময়ত গোৱাৰ ক্ষেত্ৰত তৃণমূল কংগ্ৰেছৰ প্ৰৱেশ কেজৰিৱালৰ বাবে বাধা হিচাপে দেখা গৈছিল।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, এইটো বুজা যায় যে দুয়োগৰাকী নেতাই ২০২৪ৰ লোকসভা নিৰ্বাচন আৰু সমাগত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধী ঐক্যৰ বিষয় উত্থাপন হৈছে৷ দুয়োগৰাকী নেতাই তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ দিল্লীস্থ বাসভৱনত বৈঠকত মিলিত হৈছিল৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ