--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিবনুৱাৰ ক্ষেত্ৰত কেন্দ্ৰৰ বিভিন্ন প্ৰতিবেদনৰ মাজতে প্ৰকাশ পাইছে এক আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদন৷এই প্ৰতিবেদন প্ৰকাশ কৰিছে বিশ্ব বেংকে৷বিশ্ব বেংকৰ তথ্য অনুসৰি ২০২২ চনত ভাৰতত যুৱ নিবনুৱাৰ হাৰ ২৩.২২%, যাৰ বিপৰীতে ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান (১১.৩%), বাংলাদেশ (১২.৯%) আৰু ভূটান (১৪.৪%)তহে আছিল৷প্ৰতিবেদন অনুসৰি একে বছৰতে চীনত নিবনুৱাৰ হাৰ ১৩.২%, ছিৰিয়াত ২২.১%, ইণ্ডোনেছিয়াত ১৩%, মালয়েছিয়াত ১১.৭%, ভিয়েটনামত ৭.৪%, দক্ষিণ কোৰিয়াত ৬.৯% আৰু ছিংগাপুৰত ৬.১% আছিল।

যুৱ নিবনুৱাৰ হাৰে কৰ্মশক্তিৰ এনে লোকক বুজায় যিসকলৰ বয়স ১৫ৰ পৰা ২৪ বছৰ আৰু তেওঁলোকৰ চাকৰি নাই, কিন্তু সক্ৰিয়ভাৱে চাকৰি বিচাৰিছে।অৰ্থাৎ ভাৰতত এই সংখ্যা বিগত বৰ্ষত আছিল চিন্তনীয়ভাৱে বেছি৷

লোকনীতি-চিএছডিএছৰ সমীক্ষাত দেখা গৈছে যে ১৫-৩৪ বছৰ বয়সৰ প্ৰায় ৩৬% ভাৰতীয়ই যুৱ নিবনুৱা সমস্যা দেশৰ আটাইতকৈ ডাঙৰ সমস্যা বুলি বিশ্বাস কৰে। ভাৰতীয় যুৱক-যুৱতীসকলৰ কেৰিয়াৰৰ আকাংক্ষা, চাকৰিৰ পছন্দ আৰু আশা-আকাংক্ষাৰ বিশ্লেষণৰ বাবে এই সমীক্ষা চলোৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ