--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হোৱাইট হাউছ আৰু আমেৰিকাৰ উচ্চ শিক্ষা বিভাগৰ মাজত ইতিমধ্যে হোৱা যুঁজখন অধিক বৃদ্ধি পাইছে। শেহতীয়াকৈ 'ট্রুথ ছচিয়েল'ত দিয়া এটা পোষ্টত দেশখনৰ অন্যতম গুৰুত্বপূৰ্ণ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, হাভার্ড বিশ্ববিদ্যালয়ক সমালোচনাৰ লক্ষ্য কৰি লয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। 

হাভার্ড বিশ্ববিদ্যালয়ক পুনৰ লক্ষ্য কৰি লৈ ট্রাম্পে বিশ্ববিদ্যালয়খনক জ'ক বুলি অভিহিত কৰে আৰু বিশ্ববিদ্যালয়খনত পঢ়ুওৱা শিক্ষকসকলক 'মুৰ্খ' বুলি কয়। 

উল্লেখযোগ্য যে ট্রাম্পে ইয়াৰ আগতে বিশ্ববিদ্যালয়খনলৈ আগবঢ়োৱা প্রায় ১৮ হাজাৰ কোটি টকাৰ পুঁজি বন্ধ কৰে। ট্রাম্পে নিউয়র্ক আৰু ছিকাগোৰ ডেম'ক্রেটিক মেয়ৰ বিল ডি ব্লাছিয়ো আৰু লৰী এলেন লাইটফুটক সমালোচনা কৰি কয় যে বিশ্ববিদ্যালয়খনে নিজৰ পথ হেৰুৱাই পেলাইছে আৰু বিশ্ববিদ্যালয়খনে শিক্ষা প্রদান কৰাতকৈ এখন ৰাজনৈতিক প্রতিষ্ঠান হিচাপেহে কাম কৰি আছে বুলি তেওঁ কয়। নিউয়র্ক তথা ছিকাগোত হাস্যস্পদভাৱে উচ্চ দৰমহা তথা মাননীৰে দেশৰ ইতিহাসৰ আটাইতকৈ অক্ষম মেয়ৰ নিযুক্ত কৰিছে যাতে নগৰপালিকা তথা চৰকাৰক এশিকনি দিব পাৰে। এই দুয়োখন মহানগৰক গোড়া বাওপন্থী 'মুখ'ই বহুদূৰ পিছলৈ লৈ হৈছে বুলি ট্রাম্পে কয়। তেওঁ কয় যে এতিয়া হাভার্ডে বিশ্বৰ অগ্রণী বিশ্ববিদ্যালয়ৰ তালিকাত স্থান পাব নালাগে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ