--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপত ভাৰতৰ ফৰ্ম ভাল। প্ৰথম ছয়খন খেলৰ ভিতৰত ৬খনতে জয়লাভ কৰে ৰোহিত শৰ্মাবাহিনীয়ে। এই জয়ৰ ফলস্বৰূপে ভাৰতে বিশ্বকাপত এক নজিৰ গঢ়ি তুলিছে। বিশ্বকাপ জয়ৰ সংখ্যাত ভাৰতে নিউজিলেণ্ডক চেৰ পেলাইছে। এতিয়া তেওঁলোকৰ আগত কেৱল অষ্ট্ৰেলিয়াহে আছে।

বিশ্বকাপত ইংলেণ্ডক পৰাস্ত কৰি ৫৯খন খেলত জয়লাভ কৰে ভাৰতে। নিউজিলেণ্ডে বিশ্বকাপত ৫৮টা জয় লাভ কৰিছে। এই জয়ৰ পূৰ্বে ভাৰত আৰু নিউজিলেণ্ড একে স্থানতে আছিল। কিন্তু স্থান সলনি হ’ল যেতিয়া নিউজিলেণ্ড ভাৰত আৰু অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয় আৰু ভাৰতে নিউজিলেণ্ড আৰু ইংলেণ্ডক পৰাস্ত কৰে। বিশ্বকাপত এতিয়া নিউজিলেণ্ডতকৈ এখন মেচ বেছিকৈ জয়ী হৈছে ভাৰতে।

এই বিশ্বকাপত ইংলেণ্ডে লজ্জাজনক নিদৰ্শন দাঙি ধৰিছে। দেওবাৰৰ খেলখনৰ সৈতে একেৰাহে চাৰিখন মেচত পৰাস্ত হৈছে জোছ বাটলাৰ্ছ। বিশ্বকাপত একেৰাহে চাৰিখন মেচত পৰাস্ত হোৱা ইংলেণ্ডে প্ৰথমবাৰৰ বাবে। আগতে এনেকুৱা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ