--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশা এতিয়াও শেষ হোৱা নাই। একেৰাহে চাৰিখন মেচত পৰাস্ত হোৱাৰ পাছত সকলো মেচতে জয়ী হ’ব লাগিব বাবৰ আজমে। আন দলৰ ওপৰতো ভৰসা কৰিব লাগিব।

পাকিস্তানে ৬খন খেলৰ পৰা ৪ পইণ্ট লাভ কৰি লীগ তালিকাৰ ষষ্ঠ স্থানত আছে। লীগৰ শীৰ্ষত উপনীত হৈছে দক্ষিণ আফ্ৰিকা। তেওঁলোকৰ ৬খন মেচত ১০ পইণ্ট।

এতিয়াও বাংলাদেশ, নিউজিলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে পাকিস্তানৰ মেচ আছে। এই তিনিখন মেচত জয়ী হ’লে পাকিস্তানে লাভ কৰিব ১০ পইণ্ট। যদি বাবৰে সকলো মেচতে জয়ী হ’ব পাৰে তেন্তে তেওঁলোকে বিচাৰিব যে শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াই সকলো মেচতে পৰাস্ত হওক।

অষ্ট্ৰেলিয়াৰ ৬ পইণ্ট। লীগৰ চতুৰ্থ স্থানত আছে। পঞ্চম স্থানত আছে শ্ৰীলংকা। পাকিস্তানৰ দৰে তেওঁলোকৰো ৪ পইণ্ট আছে। এই দুটা দলে আৰু কোনো মেচত জয়ী নহ’লে ১০ পইণ্টতকৈ কম পইণ্টেৰে অন্ত পেলাব। ইয়াৰ দ্বাৰা পাকিস্তানৰ লাভ হ’ব।

পাকিস্তানৰ বৰ্তমানৰ ফৰ্মৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলখন কঠিন হ’ব পাৰে। লীগ তালিকাত এতিয়া পাকিস্তানৰ তলত আছে বাংলাদেশ আৰু ইংলেণ্ড।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ