--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান বনাম অষ্ট্ৰেলিয়া বিশ্বকাপৰ খেলখনত কাৰিকৰী বিফলতাৰ সৃষ্টি হয়। মেচৰ সময়ত ডি আৰ এছ (ডিচিচন ৰিভিউ চিষ্টেম) বিকল হৈ পৰে। ফলত দুয়োটা দলে কোনো পৰ্যালোচনা অবিহনে খেলিবলগীয়া হ’ল। আম্পায়াৰসকলে দল দুটাৰ অধিনায়ককো খবৰ দিয়ে।

পাকিস্তানৰ ইনিংছৰ ১৬ অভাৰত সংঘটিত হয় এই ঘটনা। হঠাতে ডি আৰ এছৰ প্ৰযুক্তি বেয়া হৈ গ’ল। নতুন প্ৰযুক্তিৰ প্ৰৱৰ্তন কৰিবলৈ সময় লাগে। সেই সময়ত নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাইমন ডালে মন্তব্য কৰিছিল। তেওঁ কয়, এই পৰিস্থিতিত যদি কোনো দলে পৰ্যালোচনা বিচাৰে, তেন্তে তৃতীয় আম্পায়াৰসকলে খালী চকুৰে চাই সিদ্ধান্ত ল’ব লাগিব। বল ট্ৰেকিং বা হটস্পট প্ৰযুক্তি ব্যৱহাৰ নহ’বও পাৰে।

ইয়াৰ পিছত ফিল্ড আম্পায়াৰ ক্ৰীছ ব্ৰাউন আৰু ৰিচাৰ্ড ইলিংৱৰ্থে পাকিস্তানৰ অধিনায়ক বাবাৰ আজম আৰু অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক এই বিষয়ে অৱগত কৰে। অৱশ্যে কোনো দলে কেইবাটাও অভাৰৰ বাবে ৰিভিউ ল’ব লগা নহ’ল। ফলত কোনো সমস্যা নহ'ল। কেইটামান অভাৰৰ পাছত আকৌ টেকন’লজিটো আৰম্ভ হ’ল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ