--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ মেচ অথচ গেলেৰী ভৰ্তি হোৱা নাই! বিশ্বকাপৰ বেছিভাগ খেলতে গেলেৰীৰে ভৰা নাই। এইবাৰ সেই ছবিখন দেখা গ’ল ভাৰত-বাংলাদেশৰ মেচত। বৃহস্পতিবাৰৰ পৰা খেল আৰম্ভ হোৱাৰ সময়ত মহাৰাষ্ট্ৰ ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম ৫০ শতাংশও ভৰি থকা নাছিল।

ইয়াৰ পূৰ্বে ২৭ বছৰ পূৰ্বে পুনেত অনুষ্ঠিত হৈছিল বিশ্বকাপৰ অন্তিমখন খেল। ১৯৮৭ আৰু ১৯৯৬ চনৰ দুখন বিশ্বকাপৰ খেল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। নতুন ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে বিশ্বকাপৰ খেলখন। 

পুনেৰ এই ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ খেল অনুষ্ঠিত হৈছে। সেই মেচত খেলপথাৰত প্ৰৱেশ কৰিছে ৰোহিত শৰ্মা, বিৰাট কোহলি। কিন্তু তাত থকা মানুহৰ মাজত বিশেষ উৎসাহ নাই। খেলৰ দুদিন পূৰ্বে ষ্টেডিয়াম সম্পূৰ্ণ সাজু হোৱা নাছিল। বুধবাৰে দিনে নিশাই কাম কৰি ষ্টেডিয়ামখন সাজু কৰি তুলিছিল। 

যিহেতু ষ্টেডিয়ামৰ আসন নীলা ৰঙৰ আৰু ক্ৰিকেট অনুৰাগীৰ অধিকাংশই ভাৰতীয় দলৰ জাৰ্চি পিন্ধি খেলপথাৰলৈ আহিছিল, গতিকে গেলেৰীৰ খালী অংশটো দূৰৰ পৰা বুজিবলৈ কোনো সমস্যা নাছিল। এঘণ্টা খেলাৰ পাছত অৱশ্যে খেলপথাৰখন প্ৰায় ভৰি পৰিল। কিন্তু যিহেতু ভাৰতৰ মেচখনত আৰম্ভণিৰে পৰা খেলপথাৰ ভৰপূৰ হোৱা নাছিল, সেয়েহে প্ৰশ্ন উত্থাপন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ