--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ বিৰুদ্ধে আঘাতপ্ৰাপ্ত হ’ল হাৰ্ডিক পাণ্ডিয়া। গোটেই অভাৰটো বলিং নকৰাকৈয়ে খেলপথাৰ এৰিব লগা হৈছিল। বিৰাট কোহলিয়ে হাৰ্দিকৰ অভাৰৰ অন্ত পেলায়। পুনেত খেলপথাৰৰ পৰা ওলাই অহা দেখা গ’ল হাৰ্দিকক।

২০১৮ চনতো খেলি থকাৰ সময়তে তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। আকৌ এবাৰ ঘটিল। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ তথ্য অনুসৰি হাৰ্দিকক স্কেনৰ বাবে লৈ যোৱা হৈছে।

নৱম অভাৰত বলিং কৰাৰ সময়ত আঘাতপ্ৰাপ্ত হয় হাৰ্দিক। তেওঁৰ বলটো লিটন দাসে ষ্ট্ৰেইট ড্ৰাইভত শ্বট মাৰে। ভৰিৰে বলটো ব্লক কৰিবলৈ গৈছিল হাৰ্দিক। সেই সময়তে তেওঁ পৰি যায়। হাৰ্দিকৰ গোটেই শৰীৰৰ ওজন ভৰিৰ ওপৰত পৰিল। তাৰ বাবেই ভাৰতীয় অলৰাউণ্ডাৰগৰাকী আঘাতপ্ৰাপ্ত হয়। তেওঁ অভাৰটো সম্পূৰ্ণ কৰিব নোৱাৰিলে।

২০১৮ চনত এছিয়া কাপ খেলি থকাৰ সময়তে আঘাতপ্ৰাপ্ত হৈছিল হাৰ্দিক। সেইবাৰ পিঠিত আঘাত পাইছিল। সেই আঘাতৰ পৰা সুস্থ হৈ খেলপথাৰলৈ ঘূৰি আহিবলৈ হাৰ্দিকক কেইবাবছৰ সময় লাগিছিল। যোৱা বছৰ আই পি এললৈ ঘূৰি আহিছিল। তেতিয়াৰ পৰাই তেওঁ বেটিং আৰু বলিং দুয়োটাকে সমানে কৰিছিল। এইবাৰ ভৰিত আঘাত পাইছে হাৰ্দিকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ