--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে বিশ্বকাপত অষ্ট্ৰেলিয়াই নেদাৰলেণ্ডক ৩০৯ ৰানত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াৰ ৩৯৯ ৰানৰ উত্তৰত নেদাৰলেণ্ডে ৯০ ৰানতে অল আউট হয়। মেক্সৱেল, ডেভিড ৱাৰ্নাৰৰ অভিলেখৰ উপৰিও এই মেচখনত বহু অভিলেখ সৃষ্টি হৈছিল। এনে কিছু অভিলেখৰ কথা উল্লেখ কৰা হৈছিল:

ৰানৰ ক্ষেত্ৰত সৰ্বাধিক ব্যৱধানত অষ্ট্ৰেলিয়াই বিশ্বকাপত জয়লাভ কৰে। নিজৰ অভিলেখেই ভংগ কৰিলে। ২০১৫ চনত আফগানিস্তানৰ বিৰুদ্ধে ২৭৫ ৰানত জয়লাভ কৰিছিল।

ৰানৰ ক্ষেত্ৰত ক্ৰিকেট জগতত জয়ৰ দ্বিতীয় সৰ্বাধিক ব্যৱধান। শীৰ্ষত ভাৰত। চলিত বৰ্ষৰ আৰম্ভণিতে তিৰুঅনন্তপুৰমত শ্ৰীলংকাক ৩১৭ ৰানত পৰাস্ত কৰিছিল।

নেদাৰলেণ্ডৰ বাছ ডি লিডে ১০ অভাৰত ১১৫ ৰান দিয়ে। যিটো এদিনীয়া বিশ্বকাপত সৰ্বাধিক।

বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেটৰ তালিকাত লাছিথ মালিংগা (৫৬)ক অতিক্ৰম কৰিলে মিচেল ষ্টাৰকে। গ্লেন মেকগ্ৰাথ (৭১) আৰু মুটিয়া মুৰালিথাৰণক (৬৮) অতিক্ৰম কৰে৷

বিশ্বকাপৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে অষ্ট্ৰেলিয়াৰ দুজন বেটছমেনে এটা ইনিংছত শতক কৰে। পূৰ্বৰ খেলখনত পাকিস্তানৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াই এই কৃতিত্ব অৰ্জন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ