--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলত বৃদ্ধি পাইছে মেচৰ সংখ্যা। ফলত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহৰ সময়সূচী ৰক্ষা কৰিবলৈ বিশ্বকাপত দলৰ সংখ্যা বৃদ্ধি কৰাৰ কথা চিন্তা কৰিছে আইচিচি-এ। আইপিএলৰ বাবে বিশ্বকাপত দলৰ সংখ্যা বৃদ্ধি হ’ব পাৰে। এই ইংগিত দিছে আইচিচিৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলেই। আইপিএলৰ প্লে’ অফ চাবলৈ ভাৰতলৈ আহিছে বাৰ্কলেই। আহমেদাবাদত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰৰ পিছত এই বিষয়ে সোধাত তেওঁ এই বিষয়ে অৱগত কৰে।

এইবাৰ আইপিএলত দলৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই মেচৰ সংখ্যা বৃদ্ধি পাইছে। য’ত পূৰ্বে ৬০ খন মেচ খেলা হৈছিল এতিয়াৰে পৰা  ৭৪ খন মেচ খেলা হয়। বিগত বৰ্ষত ৫৫ দিন ধৰি চলিছিল এই প্ৰতিযোগিতা। এইবাৰ এই সংখ্যা বৃদ্ধি পাই ৬৫ দিন হৈছেগৈ। এনে অৱস্থাত সংস্থাই বিভিন্ন দেশৰ মাজত দ্বি-পাক্ষিক শৃংখলা কেনেদৰে আয়োজন কৰিব তাকে ভাবি পোৱা নাই। সেইবাবে এই বিকল্প উপায় গ্ৰহণ কৰাৰ কথা ভাবিছে আইচিচিয়ে।

দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট ব’ৰ্ড আৰু সংযুক্ত আৰব আমিৰশ্বাহী ক্ৰিকেট ব’ৰ্ডে নিজৰ দেশত নতুন লীগ আৰম্ভ কৰাৰ বিষয়ে ঘোষণা কৰিছে। দুয়োখন দেশৰ মাজত হোৱা দ্বি-পাক্ষিক শৃংখলাত ইয়াৰ প্ৰভাৱ পৰিব নেকি বুলি সোধাত বাৰ্কলেই কয় যে, যদি কোনো দেশে ঘৰুৱা লীগ আৰম্ভ কৰে তেন্তে ইয়াৰ লগত আইচিচিৰ কোনো সম্পৰ্ক নাই। আমি কিছুমান বিকল্প উপায়ৰ কথা ভাবিছো। উদাহৰণস্বৰূপে, দ্বিপাক্ষিক শৃংখলা অবিহনে আইচিচিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেশৰ সংখ্যা বৃদ্ধি কৰিব পাৰি।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ