--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ড্ৰাগছৰ সৈতে ডড়িত বিষয়ত আকৌ কৰা হৈছে বলীউডৰ অভিনেতাৰ পুত্ৰক৷ পুনৰ মাৰাত্মক ড্ৰাগছৰ সৈতে সাঙোৰ খাই পৰিছে বলীউডৰ অভিনেতাৰ নাম৷ অভিনেতা শক্তি কাপুৰৰ অভিনেতা-পুত্ৰ সিদ্ধান্ত কাপুৰক বেংগালুৰুত ড্ৰাগছৰ বাবে আটক কৰা হৈছে৷

সিদ্ধান্তক বেংগালুৰুৰ এখন হোটেলত এটা পাৰ্টিৰ সময়ত ড্ৰাগছ সেৱন কৰাৰ অভিযোগত আটক কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰে৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে পাৰ্ক হোটেলৰ পাৰ্টিত তালাচী চলায় আৰু চিকিৎসা পৰীক্ষাৰ বাবে প্ৰায় ৩৫জন অতিথিৰ নমুনা প্ৰেৰণ কৰে পাঁচজন অতিথিৰ ড্ৰাগছৰ পৰীক্ষাপজিটিভআছিল আৰু সিদ্ধান্ত কাপুৰ আছিল তেওঁলোকৰ মাজৰে এজন৷

সিদ্ধান্ত কাপুৰকে ধৰি মুঠ পাঁচজন লোকক ড্ৰাগছ সেৱনৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোক সকলোকে নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স (এনডিপিএছ) আইনৰ অধীনত অভিযুক্ত কৰা হৈছে বুলি পূব বিভাগৰ জিলা আৰক্ষী প্ৰধান ভীমাশংকৰ এছ গুলেদে কয়

গুলেদে কৈছিল যে তেওঁলোক পাঁচোজনকে আজি পিছত আদালতত হাজিৰ কৰোৱা  ইয়াৰ পূৰ্বে, সিদ্ধান্তৰ ভগ্নী শ্ৰদ্ধা কাপুৰক ২০২০ চনত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৱে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলীউড-ড্ৰাগছৰ সম্পৰ্কৰ অভিযোগৰ সন্দৰ্ভত সোধা-পোছা কৰিছিল আৰক্ষীয়ে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ