--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : উত্তৰ প্ৰদেশৰ বাৰেলীত এগৰাকী কিশোৰীক তেওঁৰ প্ৰেমিকে বন্ধুৰ সৈতে ধৰ্ষণ কৰি ভাইৰেল কৰিছে ভিডিঅ' ৷ অনলাইনযোগে বিয়পি পৰা এই ভিডিঅ'ৰ পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

আৰু পঢ়িব পাৰিব : আজি হেঁপাহৰ উৰুকা:কোনখন বজাৰত ওলাইছে কিমান ডাঙৰ মাছ?

আৰক্ষীৰ ওচৰত কিশোৰীগৰাকীয়ে অভিযোগ দিয়া মতে বিগত এটা বছৰ ধৰি বিয়া কৰোৱাৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল তেওঁৰ প্ৰেমিকে৷ অভিযুক্ত প্ৰেমিকজনৰ লগতে তেওঁৰ বন্ধুবৰ্গও ব্লেকমেইল কৰি আহিছিল৷

আৰু পঢ়িব পাৰিব : ধঁপাতজাতীয় সামগ্ৰীত নিষেধাজ্ঞা আৰু এবছৰলৈ বৃদ্ধি

উল্লেখ্য যে অনলাইনযোগে এই ভিডিঅ' বিয়পি পৰাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ তাৰ পাছতে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে অভিযুক্ত প্ৰেমিকজনৰ লগতে তেওঁৰ বন্ধু চাৰিজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ