--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে শুকুৰবাৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিবৰ বাবে ৫ লাখ ১০০টকা বৰঙণি আগবঢ়ায়৷ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ ব্যক্তিগত একাউণ্টৰ পৰা মন্দিৰ নিৰ্মাণৰ অৰ্থে এই সাহায্য আগবঢ়ায় বুলি জানিব পৰা গৈছে৷

আৰু পঢ়িব পাৰিব : কাইলৈ ১.৯ লাখ লোকক দিয়া হ’ব ক’ভিড ভেকচিন: কেতবোৰ নিয়মসমূহ এনেধৰণৰ-

উল্লেখ্য যে মন্দিৰ নিৰ্মাণত ব্যয় হ’বলগীয়া ধন দেশৰ সাধাৰণ নাগৰিকৰ পৰা সংগ্ৰহ কৰা হ’ব বুলি মন্দিৰ নিৰ্মাণৰ ট্ৰাষ্ট্ৰে জানিবলৈ দিয়ে৷ ৰাষ্ট্ৰপতি কোবিন্দক সাক্ষাৎ কৰে ‘বিশ্ব হিন্দু পৰিষদ’ৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যবাহী সভাপতি অলক কুমাৰ, ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ ট্ৰেজাৰাৰ গোবিন্দ দেৱগিৰি আৰু প্ৰাক্তন কূটনীতিবিদ নৃপেন্দ্ৰ মিশ্ৰই৷

আৰু পঢ়িব পাৰিব : ডিফুত চাঞ্চল্যকৰ হত্যাকাণ্ডঃ কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষকক হত্যা

ইপিনে গুৱাহাটীৰ উলুবাৰীতো ৰাম মন্দিৰ নিধি সমৰ্পন সমিতি, অসমৰ উদ্যোগত আৰম্ভ নিধি সংগ্ৰহ প্ৰক্ৰিয়া৷ ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিব বৰঙণি। ৰাইজে ইচ্ছা অনুসৰি দান কৰিব পাৰিব৷ শনিবাৰৰ পৰা ৩০ জানুৱাৰী পৰ্যন্ত চলিব এই কাৰ্যসূচী৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ