--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জিলা BPF ৰ সাংগঠিনক সম্পাদক বিপিন দাস, যুৱ সাংগঠনিক সম্পাদক সতেন্দ্ৰ বড়ো সহ ব্লক আৰু শাখা পৰ্যায়ৰ BPF কৰ্মীয়ে BPF ত্যাগ কৰি যোগ দিয়ে BJP ত।

ডিজিটেল ডেস্কঃ তামুলপুৰ জিলা BPF ৰ কেইবাগৰাকী নেতাসহ BPF ৰ প্ৰায় ৫০ গৰাকী দলীয় কৰ্মীয়ে যোগ দিলে BJP ত।


জিলা BPF ৰ সাংগঠিনক সম্পাদক বিপিন দাস, যুৱ সাংগঠনিক সম্পাদক সতেন্দ্ৰ বড়ো সহ ব্লক আৰু শাখা পৰ্যায়ৰ BPF কৰ্মীয়ে BPF ত্যাগ কৰি যোগ দিয়ে BJP ত।


ৰবিবাৰে তামুলপুৰৰ শুক্লাই চেৰফাং বিজেপিৰ উদ্যোগত আয়োজিত এক যোগদান সভাত BPF এৰি আটাইকেইগৰাকীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে BJP ত দলত।


শুক্লাই চেৰফাং সমষ্টিৰ বৰ্তমানৰ বিজেপি পাৰিষদ ৰণেন্দ্ৰ নাৰ্জাৰী, মণ্ডল বিজেপিৰ লগতে অন্য BJP দলীয় কৰ্মীৰ উপস্থিতিত সমষ্টিটোৰ টেবিতলাত অনুষ্ঠিত যোগদান সভাত BJP ত যোগদান কৰে নেতাকেইগৰাকীয়ে।


BPF দলে ৰাইজৰ বাবে কোনো কাম নকৰাৰ অভিযোগ তুলি ভৱিষ্যতে BPF চৰকাৰ গঠন কৰিব নোৱাৰে বুলি কৈ--শীঘ্ৰেই আন বহু BPF কৰ্মীয়েও BJP ত যোগ দিব বুলিও তেওঁলোকে উল্লেখ কৰে।


 BJP ৰ নীতি আদৰ্শক ভাল পাই BJP ত আহিছে বুলিও মন্তব্য BPF ত্যাগী নেতাসকলৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ