--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে বৃহস্পতিবাৰে ঘোষণা কৰে যে আমেৰিকাই ব্রিটেইনৰ সৈতে এখন 'ব্যাপক' বাণিজ্য চুক্তিত উপনীত হৈছে। দুয়োখন দেশৰ মাজত থকা দীর্ঘদিনীয়া সম্বন্ধক দৃঢ় কৰি এই বাণিজ্য চুক্তিখন কৰা হৈছে বুলি ৰাষ্ট্ৰপতি ট্রাম্পে মন্তব্য কৰে।

বুধবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ট্রাম্পে সামাজিক মাধ্যমত এই সম্ভাব্য বাণিজ্য চুক্তিৰ বিষয়ে ইংগিত দিছিল যদিও স্পষ্টকৈ কোন দেশৰ সৈতে বাণিজ্য চুক্তি কৰিব প্রকাশ কৰা নাছিল। কিন্তু বৃহস্পতিবাৰে পুৱা ব্রিটিছ চৰকাৰী বিষয়াসকলে প্রকাশ কৰে যে ব্রিটেইনে আমেৰিকাৰ সৈতে এখন বাণিজ্য চুক্তি চূড়ান্ত কৰিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে শুল্ক যুদ্ধ আৰম্ভ কৰাৰ পাছত ব্রিটেইনেই হৈছে প্রথমখন দেশ, যাৰ লগত আমেৰিকাই বাণিজ্য চুক্তি কৰিলে। 

ইপিনে, আমেৰিকাৰ লগত বাণিজ্য চুক্তি কৰাৰ পাছত ব্রিটেইনে ইউৰোপীয় মিত্ৰজোঁটৰ পৰা আঁতৰি গৈছে বুলি শংকা প্রকাশ কৰিছে ইউৰোপিয়ান মিত্রজোঁটৰ দেশসমূহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ