--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিদিনে পুৱা-গধূলি চাহৰ লগত নিমখীয়া বস্তু খাই আপুনি ভাল পাই নেকি। বহু মানুহে চাহৰ লগত নিমখীয়া বস্তু খাই ভাল পায়। আপুনি জানেনে এনেদৰে আপুনি নিজৰে বহুত বিপদ মাতি আছে। আচলতে যিমানেই নিমখীয়া খাব সিমানেই দেহৰ ক্ষতি হয়। কিছুমান মানুহে নমকিনৰ সোৱাদৰ বাবে সকলো পাহৰি প্ৰতিদিনে পুৱা-গধূলি খোৱাৰ অভ্যাস গঢ়ি তোলে যিটো স্বাস্থ্যৰ বাবে হানিকাৰক।



চাহৰ লগত নমকিন খালে কি অপকাৰ হ'ব পাৰে জানো আহক। পুষ্টি বিশেষজ্ঞ নিখিল ভাটছে কয় যে নিমখীয়া বস্তু স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। তেওঁ কয় যে নমকিন বনোৱাৰ প্ৰক্ৰিয়াটোৱেই আটাইতকৈ ক্ষতিকাৰক। আচলতে নিমখীয়াত ব্যৱহৃত ময়দা হৈছে Refined Carbohydrate, যিটো হজম হবলৈ বহু সময় লাগে আৰু লগতে শৰীৰত চৰ্বি বৃদ্ধি কৰে কাৰণ ই প্ৰত্যক্ষভাৱে ইনচুলিন ফেট গেইন হৰম’ন বৃদ্ধিৰ কাম কৰে। তেওঁ আৰু কয় যে ইয়াৰ পিছত নমকিন বনোৱাৰ প্ৰক্ৰিয়াত ৰিফাইনড ছয়া অইল বা সৰিয়হৰ তেল ব্যৱহাৰ কৰা হয় যাৰ ফলত ধমনীত তৰপ পৰিবলৈ আৰম্ভ কৰে।

 

এনে অৱস্থাত ইয়াৰ বাবেই আপুনি ব্লাড প্ৰেছাৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। ইয়াৰ লগতে নিখিল ভাটছে কয় যে নমকিন আৰু চাহৰ পৰা sugar coatingৰ দৰে বিষাক্ত পদাৰ্থ শৰীৰত প্ৰৱেশ কৰে যাৰ ফলত মানুহৰ যকৃতৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। সেয়েহে তেওঁ কয় যে এনেবোৰ বস্তু খালেও খুব কম পৰিমাণত খাব লাগে আৰু সদায় খোৱাৰ অভ্যাস গঢ়ি তুলিব নালাগে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ