--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গুৱাহাটী আৰক্ষীয়ে ১৯৬ (২), ২৯৯, ৩০২ বিএনএছৰ অধীনত সৃষ্টিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

ডিজিটেল ডেস্কঃ ৰাজা ৰঘুবংশীৰ ভগ্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে। কামাখ্যা মন্দিৰত নৰবলি দিয়ে বুলি কৈছিল ৰাজা ৰঘুবংশীৰ ভগ্নী সৃষ্টি ৰঘুবংশীয়ে।


গুৱাহাটী আৰক্ষীয়ে ১৯৬ (২), ২৯৯, ৩০২ বিএনএছৰ অধীনত সৃষ্টিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে ধৰ্মীয় আৱেগক আঘাত কৰা সম্পৰ্কীয় ধাৰাত গোচৰ ৰুজু কৰিছে সৃষ্টিৰ বিৰুদ্ধে।


কামাখ্যা মন্দিৰ সন্দৰ্ভত সৃষ্টি ৰঘুবংশীৰ মন্তব্যৰ পিছতে প্ৰতিবাদ হৈছিল চৌদিশে। সৃষ্টিৰ এই মন্তব্যত অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।


অৱশ্যে ৰাজাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আৰু সোনমৰ ঘৃণনীয় কাণ্ড পোহৰলৈ অহাৰ পাছত সৃষ্টিয়ে ছ’চিয়েল মিডিয়াত ক্ষমা বিচাৰিছিল।


ইতিমধ্যে সৃষ্টি ৰঘুবংশীক তলৱ গুৱাহাটী মহানগৰ আৰক্ষীৰ।


উল্লেখ্য যে হনিমুনত মেঘালয়লৈ আহি হত্যাৰ বলি হোৱা ৰাজা ৰঘুবংশীৰ গোচৰৰ তদন্ত জোৰদাৰ গতিত চলি আছে। প্ৰতিদিনে আৰক্ষীৰ জেৰাত ওলায়েই আছে এটাৰ পিছত আন এটা বিস্ফোৰক তথ্য। সকলোৱে বাট চাই আছে ৰাজা ৰঘুবংশীয়ে ন্যায় পোৱালৈ আৰু ৰাজাৰ পত্নী সোনম আৰু হত্যাকাণ্ডৰ লগত জড়িত আটাইকেইজনেই কঠোৰতকৈ কঠোৰ পোৱা দিনটোলৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ