--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ড'নাল্ড ট্রাম্প প্রশাসনে বিভিন্ন দেশৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপৰ ধাৰা অব্যাহত ৰাখি শেহতীয়াকৈ দক্ষিণ পূব এছিয়াৰ চাৰিখন দেশৰ সামগ্ৰীৰ ওপৰত বৃহৎ শুল্ক আৰোপ কৰিছে। 

দক্ষিণ-পূব এছিয়াৰ কম্বোডিয়া, ভিয়েটনাম, মালয়েছিয়া আৰু থাইলেণ্ডৰ সৌৰশক্তিৰ সামগ্ৰীৰ ওপৰত ৩,৫২১ শতাংশ শুল্ক আৰোপ কৰিছে ট্রাম্প প্রশাসনে। 

দক্ষিণ-পূব এছিয়াৰ এই চাৰিখন দেশে চীনৰ পৰা সাহায্য লাভ কৰি মার্কিন বজাৰত সস্তীয়া সামগ্ৰীসমূহ বিক্ৰী কৰি আছেবুলি এটা তদন্তত প্রকাশ পোৱাৰ পাছতেই ট্রাম্প প্রশাসনে সোমবাৰে এই শুল্ক আৰোপৰ কথা ঘোষণা কৰে। আমেৰিকাৰ বাণিজ্য বিভাগে বছৰজোৰা চলোৱা তদন্তৰ পাছত পোহৰলৈ আহিছিল যে চীনৰ কোম্পানীসমূহে এই দেশকেইখনত সৌৰ চে'ল আৰু পেনেলসমূহ পেলাই ৰাখি আমেৰিকাত নিম্ন দৰত বিক্ৰী কৰি আহিছিল। তদুপৰি, ট্রাম্প প্রশাসনৰ শুল্কৰ পৰা হাত সাৰিবলৈ শেহতীয়াকৈ-দক্ষিণ-পূব এছিয়াৰ এই চাৰিখন দেশত বাণিজ্য অভিযান তীব্ৰতৰ কৰিছিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ