--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চন্দ্ৰপুৰৰ ডিগাৰুমুখত নাৰেংগী সেনা শিবিৰলৈ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে এটা পানী যোগান প্ৰকল্প নিৰ্মাণ কৰা হৈছে।

ডিজিটেল ডেস্ক: চন্দ্ৰপুৰৰ পাণবাৰীত ভয়ংকৰ জল বিস্ফোৰণ। পাণবাৰীৰ মিছামাৰিত সংঘটিত হৈছে এই জল বিস্ফোৰণ ।


এই জল বিস্ফোৰণৰ বাবে চন্দ্ৰপুৰ-ডিগাৰু পথৰ এটা অংশ খহি যায়। চন্দ্ৰপুৰৰ ডিগাৰুমুখস্থিত নাৰেংগী সেনা শিবিৰলৈ যোগান ধৰা পানীৰ প্ৰকল্পৰ পাইপ ফুটি এই জল বিস্ফোৰণ সংঘটিত হয়।


জানিব পৰা মতে চন্দ্ৰপুৰৰ ডিগাৰুমুখত নাৰেংগী সেনা শিবিৰলৈ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে এটা পানী যোগান প্ৰকল্প নিৰ্মাণ কৰা হৈছে।


কিন্তু এই পানী যোগান প্ৰকল্পৰ পাইপবোৰ অতি নিম্নমানৰ স্থাপন কৰাৰ ফলত বিভিন্ন স্থানত পাইপবোৰ ফাটি এনেদৰে জল বিস্ফোৰণ সংঘটিত হৈ আহিছে। ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত