--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিৰ্বাচনী আয়োগে নিজাববীয়াকৈ বিএলঅ প্ৰেৰণ কৰি জ্যেষ্ঠ ব্যক্তিসকলৰ পোষ্টেল ভোটৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰাব লাগিছিল।

ডিজিটেল ডেস্ক: শিৱসাগৰত নিৰ্বাচনী আয়োগৰ চৰম গাফিলতি। নিৰ্বাচনী আয়োগ আৰু জিলা প্ৰশাসনৰ চৰম গাফিলতিৰ বাবে ভোটদানৰ পৰা বঞ্চিত হৈ ৰ’ব নেকি ২৩০০ জন ৮০ ঊর্ধ্বৰ ব্যক্তি?


নিৰ্বাচনী আয়োগে নিজাববীয়াকৈ বিএলঅ প্ৰেৰণ কৰি জ্যেষ্ঠ ব্যক্তিসকলৰ পোষ্টেল ভোটৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰাব লাগিছিল।


অভিযোগমতে নিৰ্বাচনী আয়োগে এইসকল ব্যক্তিৰ কাষলৈ কোনো এজন বিএলঅই প্ৰেৰণ নকৰিলে।


তাৎপৰ্য্যপূৰ্ণভাৱে পদ্মশ্ৰী ইমৰান শ্বাহৰ পৰাও সংগ্ৰহ কৰা নহ’ল পোষ্টেল ভোট।


অসুস্থ তথা বাৰ্দ্ধক্যজনিত কাৰণত ভোটগ্ৰহণ কেন্দ্ৰৰ শাৰীত দীৰ্ঘসময় থিয় দি থকা অসম্ভৱ বুলি জানিবলৈ দিয়ে পোষ্টেল ভোটৰ পৰা বঞ্চিত জ্যেষ্ঠ ভোটাৰসকলে।


নিৰ্বাচনী আয়োগ তথা নিৰ্বাচনী বিষয়াৰ হেমাহিৰ বাবে পদ্মশ্ৰী ইমৰান শ্বাহ, সাহিত্যাচাৰ্য নাহেন্দ্ৰ পাদুন, শিৱসাগৰ ছোৱালী কলেজৰ প্ৰাক্তন অধ্যক্ষ সোণাৰাম বৰুৱাৰ দৰে ৮৫ বছৰ ঊর্ধ্বৰ বহু জ্যেষ্ঠ নাগৰিক ভোটাধিকাৰৰ পৰা বঞ্চিত হয়।


শিৱসাগৰ বিধানসভা সমষ্টিত প্ৰায় ২৩০০ জন ৮৫ বছৰ বয়সৰ ব্যক্তিৰ বিপৰীতে কেৱল ৬১ জনৰহে তালিকাভুক্ত হোৱাক লৈ এতিয়া ব্যাপক চৰ্চা।


পদ্মশ্ৰী সন্মানেৰে সন্মানিত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰা ইমৰান শ্বাহৰ দৰে ব্যক্তিও নিৰ্বাচনী আয়োগ তথা শিলসাগৰ জিলা প্ৰশাসন গাফিলতিৰ বাবে ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম ঘটিছে।


শিৱসাগৰৰ সমাজ জীৱনৰ পৰিচিত নাম সোণাৰাম বৰুৱাৰ দৰে ব্যক্তিও ২০২৬ৰ নিৰ্বাচনত ভোটাধিকাৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম ঘটিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ