--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শুকুৰবাৰে দিল্লীৰ এখন আদালতে নেশ্যনেল হেৰাল্ডৰ ধনৰ অবৈধ সৰবৰাহৰ গোচৰত বৰ্তমানৰ বাবে কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধী আৰু নেতা ৰাহুল গান্ধী তথা আনসকললৈ জাননী জাৰি কৰিবলৈ অমান্তি হয়। 

আইন বলৱৎকাৰী সঞ্চালকালয়ৰ (ইডি) অভিযোগৰ সংজ্ঞান (কগনিজেন্স অব্‌ কমপ্লেইন্ট) দাবী কৰা এখন আৱেদনৰ শুনানি গ্রহণ বিশেষ ন্যায়াধীশ বিশাল গোগনেয়ে কয় যে আইনৰ নতুন উপবন্ধ মতে, অভিযুক্তৰ শুনানি গ্রহণ নকৰাকৈ তেনে কৰিব নোৱাৰি। ইডিয়ে আদালতক অনুৰোধ জনায়, 'এই নির্দেশ লেহেম হোৱাটো নিবিচাৰোঁ। জাননী জাৰি কৰক।' 

অৱশ্যে ন্যায়াধীশে কয় যে জাননী প্রয়োজনীয় বুলি সন্তুষ্ট নোহোৱালৈকে আদালতে 'তেনে নির্দেশ দিব নোৱাৰে।' আদালতে কয় যে আদালতৰ ফাইল জিম্মাত ৰখা অলমেডে আলোকপাত কৰা অনুসৰি অভিযোগনামাত কিছু নির্দিষ্ট নথি নাই। ই ডিক এই নথিবোৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তাৰ পাছত আদালতে জাননী জাৰি কৰাৰ কথা বিবেচনা কৰিব।' ন্যায়াধীশে এই বিষয়টোত ২ মে'ত শুনানি গ্রহণ কৰিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ