--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নেমুত ভিটামিন-‘চি’, ফাইবাৰ, পটাছিয়াম আৰু বহুতো পুষ্টিকৰ উপাদান থাকে।এই সকলোবোৰ উপাদানে ডায়েবেটিছ ৰোগীৰ বাবে বিভিন্ন ধৰণে কাম কৰে। ইয়াৰ সমান্তৰালকৈ ডায়েবেটিছ ৰোগত নেমু সেৱন কৰিলে আন বহুতো দিশতো উপকাৰী ফল লাভ কৰে। গতিকে জানো আহক ডায়েবেটিছ ৰোগীৰ বাবে নেমু কেনেদৰে উপকাৰী।

১. ডায়েবেটিছত নেমুৰ উপকাৰিতাঃ-নেমুত ২.৪ গ্ৰাম ফাইবাৰ থাকে, যিটো ডায়েবেটিছ ৰোগীৰ হৃদৰোগৰ বৃদ্ধি হোৱা সম্ভাৱনা ৰোধ কৰাত ফলপ্ৰসূ।নেমুত থকা উচ্চ আঁহৰ পৰিমাণে গ্লাইচেমিক নিয়ন্ত্ৰণ বৃদ্ধি কৰে আৰু ইনচুলিন নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰে। সেয়েহে ডায়েবেটিছ ৰোগীৰ বাবে নেমু উপকাৰী।

২. তেজৰ শৰ্কৰা হ্ৰাস কৰেঃ-নেমু হৈছে কম গ্লাইচেমিক ইনডেক্স থকা খাদ্য। আচলতে ইয়াৰ ভিটামিন-‘চি’য়ে ছুগাৰ শোষণ কৰাত সহায় কৰে। ইয়াৰ কিছুমান চাইট্ৰাছ ফ্লেভনইডে ষ্টাৰচ হজম কৰাত সহায় কৰে।ই অন্ত্ৰত ছুগাৰ শোষণ হ্ৰাস কৰিব পাৰে। একে নেমু কম গ্লাইচেমিক ইনডেক্স থকা খাদ্য যিয়ে ছুগাৰ স্পাইক ৰোধ কৰে। সেয়েয়ে ডায়েবেটিছ ৰোগীয়ে দৈনিক নেমু খাব লাগে।

৩. হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্যঃ-নেমুত যথেষ্ট পৰিমাণে পটাছিয়াম থাকে। পটাছিয়ামে ৰক্তচাপ হ্ৰাস কৰাৰ লগতে ষ্ট্ৰোক আৰু হাৰ্টএটেকৰ পৰা ৰক্ষা কৰাত সহায় কৰে। সেয়েহে নেমুয়ে ডায়েবেটিছ ৰোগীৰ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে আৰু ধমনীৰ ব্লকেজ হ্ৰাস কৰাত অৰিহনা যোগায়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ