--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৰিৱৰ্তিত জীৱনশৈলীয়ে জীৱনৰ বিভিন্ন ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ পেলোৱাৰ লগতে অত্যধিক মানসিক চাপে জীৱনযাত্ৰা জটিল কৰি তুলিব পাৰে। চিকিৎসা বিজ্ঞানেও কয় যে কেইবাটাও কাৰ্যই তেজত ৰক্ত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে।

 বহুতৰে ধাৰণা আছে যে যদি আপুনি তেজত ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে দুপৰীয়া ভাত আৰু ৰাতি ৰুটি খাব লাগে। ভাতৰ ক্ষেত্ৰতো ব্ৰাউন ৰাইচ হ’লে ভাল হয় আৰু তেজত ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে। বিশেষকৈ পুৱাৰ ভাগত বেছি সময় খালী পেটে থাকিলে তেজত ৰক্ত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়।

 বহুতে এনেদৰেও ভাবে যে দুপৰীয়া ভাতৰ লগত এখন ৰুটি খালে আৰু ৰাতি সম্পূৰ্ণকৈ ৰুটি খালে ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰি। কিন্তু ব্লাড ছুগাৰৰ বাবে আটাৰ ৰুটি উপকাৰী কিন্তু কেৱল আটা ৰুটি আৰু ভাত খোৱাটো একেই কথাই হৈ পৰে বিশেষকৈ যিসকলৰ ব্লাড ছুগাৰ আছে তেওঁলোকৰ বাবে।

এনে ক্ষেত্ৰত ব্লাড ছুগাৰ থাকিলে আটাৰ ৰুটি সলনি চাউলৰ আটাৰে বনোৱা ৰুটি খাব লাগে যদিও ই তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত বিশেষভাৱে ফলপ্ৰসূ ভূমিকা পালন কৰে। ৰুটিৰ লগত শাক-পাচলি যেনে-বিলাহী, কচু, আঁহজাতীয় পাচলি বেছিকৈ খাব লাগে। যদি কোনো ধৰণে চমু আটাৰ ৰুটি নাখাব পৰা যায়, তেন্তে বাজৰাৰ ৰুটি খোৱাটো প্ৰয়োজন। তেজৰ ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত ইয়াৰ এক বিশেষ ভূমিকা আছে।


 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ