--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ড্ৰেগন ফলৰ দাম সাধাৰণ ফলতকৈ অলপ বেছি। ইয়াৰ বৈজ্ঞানিক নাম হ’ল Hiloceras Undus, যাক ভাৰতত ‘Kamalam’ বুলিও জনা যায়। ইয়াক প্ৰধানকৈ লেটিন আমেৰিকাৰ দেশত উৎপাদিত কৰা হয় আৰু তাৰ পৰাই ড্ৰেগন ফ্ৰুট ভাৰতলৈও ৰপ্তানি কৰা হয়। আজিকালি ভাৰততো ড্ৰেগন ফলৰ খেতি কৰা হয়।

ড্ৰেগন ফলৰ ৫টা আচৰিত উপকাৰ

ড্ৰেগন ফলৰ দুই প্ৰকাৰৰ, এটাত বগা পাল্প আৰু আনটো ৰঙা পাল্প। ইয়াত ফেনলিক এচিড, এন্টিঅক্সিডেন্ট, ফ্লেভন’ইড, এছক’ৰবিক এচিড আৰু আঁহ আদি পুষ্টিকৰ উপাদান পোৱা যায়। 

১/ ডায়েবেটিছত সহায়কঃ যদি আপুনি ডায়েবেটিছ ৰোগী তেন্তে ড্ৰেগন ফল আপোনাৰ বাবে ঔষধতকৈ কম নহয়। ডায়েবেটিছৰ কোনো স্থায়ী নিৰাময় নাই যদিও এই ফল খোৱাৰ ফলত তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে।

২/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাবঃ কৰ’নাৰ যুগত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ওপৰত সদায় গুৰুত্ব দিয়া হয়। ড্ৰেগন ফলত এন্টিঅক্সিডেন্ট আৰু এন্টিভাইৰেল গুণ পোৱা যায় যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ ফলত সংক্ৰমণৰ সম্ভাৱনাও হ্ৰাস পায়।

৩/ চুলি সুস্থ হৈ থাকিবঃ ড্ৰেগন ফলত থকা পুষ্টিকৰ উপাদান চুলি আৰু ছালৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত থকা ফেটি এচিডে চুলিক সুস্থ কৰি ৰাখে।

৪/ হজম শক্তি ভাল হ’বঃ ৰাসায়নিক যৌগ অলিগোচেকাৰাইডৰ প্ৰিবায়টিক উপাদান ড্ৰেগন ফলত পোৱা যায় যিয়ে অন্ত্ৰত সুস্থ বেক্টেৰিয়া সৃষ্টি কৰাত সহায় কৰে। হজম শক্তি ভাল হয়।

৫) দাঁত মজবুত কৰাঃ যদি আপোনাৰ দাঁত বিষ হৈছে বা দাঁত দুৰ্বল হৈ পৰিছে তেন্তে আপুনি ড্ৰেগন ফল গ্ৰহণ কৰিব লাগিব। ইয়াত কেলচিয়াম আৰু ফছফৰাছৰ দৰে গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে দাঁতক মজবুত কৰি তোলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ