--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ৰিয়েলিটি শ্ব'ৰ পৰিচালক তথা কৌতুক অভিনেত্ৰী  ভাৰতী সিঙে গৰ্ভৱতী অৱস্থাতো বহুতো অনুষ্ঠান  পৰিচালনা কৰিছিল৷ স্বামী হৰ্ষ লিম্বাচিয়াৰ সৈতে  আৰু দূৰদৰ্শনৰ পৰ্দাত মানুহক হাঁহিবলৈ বাধ্য কৰিছিল৷  এপ্ৰিল মাহত এটি পুত্ৰৰ মাতৃ হৈছিল। মাতৃ হোৱাৰ আগতে, মাজে মাজে উপবাস ৰখাৰ লগতে ১৭  ঘণ্টা উপবাস কৰি তেওঁ ১৫  কিলোগ্ৰাম ওজন হ্ৰাস কৰিছিল। আনকি এটা সন্তান জন্ম দিয়াৰ পাছতো, ভাৰতীয়ে বেছি ওজন বৃদ্ধি হ'বলৈ নিদিলে।তেওঁ  সন্ধিয়া ৭ বজাৰ পিছত কোনো ধৰণৰ আহাৰ গ্ৰহণ কৰা নাছিল৷ আনকি পিছদিনা দুপৰীয়া ১২ বজালৈকে উপবাস কৰিছিল। এনেদৰেই মন তেওঁ ওজন হ্ৰাস কৰিছিল৷ 

কেৱল ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ ব্যায়াম কৰাৰ প্ৰয়োজন নাই।আপুনি অস্বাস্থ্যকৰ খাদ্যাভ্যাস ত্যাগ কৰিব লাগিব। শেহতীয়াকৈ, বহুলোকে সোনকালে ওজন হ্ৰাস কৰিবলৈ মাজে মাজে উপবাসৰ ওপৰত নিৰ্ভৰ কৰি আছে। এই আহাৰত খাদ্যৰ ওপৰত খুব কঠোৰ প্ৰতিবন্ধকতা নাই। অৱশ্যে, এই ক্ষেত্ৰত শৰীৰৰ বাবে প্ৰয়োজনীয় খাদ্য দিনত ছয়ৰ পৰা আঠ ঘণ্টাৰ ভিতৰত খাব লাগিব। আৰু বাকী সময় অৰ্থাৎ ১৪ ৰ পৰা ১৬ঘণ্টা উপবাসত কটাব লাগিব।

এনেদৰে আহাৰ গ্ৰহণ  কৰিলে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকে, কলেষ্টেৰল হ্ৰাস হয়, আৰু শৰীৰো ভাল হয়। এক নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট পৰিমাণৰ খাদ্য খোৱাটোৱে বিপাকীয় হাৰ সঠিক ৰাখে। ফলস্বৰূপে, ওজনও নিয়ন্ত্ৰণত থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement