--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : টাটা গ্ৰুপৰ স্বাস্থ্যসেৱা গোটে ইতিমধ্যে মডাৰ্নাৰ ক’ভিড প্ৰতিষেধকক লৈ প্ৰতিষ্ঠানটোৰ সৈতে প্ৰাৰম্ভিক কথা-বতৰা আৰম্ভ কৰা বুলি প্ৰকাশ কৰিছে। ভাৰতত এই প্ৰতিষেধক মুকলি কৰাৰ বাবে আৰম্ভ হৈছে এই প্ৰক্ৰিয়া।

আৰু পঢ়িব পাৰিব : বিশ্বনাথত আৰম্ভ হ’ল দুখনকৈ ইলেকট্ৰ’নিক বাছৰ চলাচল…


টাটাৰ মেডিকেল আৰু ডাইগ্ন’ষ্টিকছে ভাৰতৰ কাউন্সিল অব ছাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্ছৰ সৈতে লগ হৈ এই মডাৰ্নাৰ ক’ভিড প্ৰতিষেধকৰ ক্লিনিকেল ট্ৰায়েল ভাৰতত আৰম্ভ কৰিব বুলি প্ৰকাশ কৰিছে এটা সূত্ৰই।

আৰু পঢ়িব পাৰিব : ঘৰত ৬ লিটাৰতকৈ অধিক সুৰা ৰাখিবৰ বাবে লাগিব লাইচেন্স!


অৱশ্যে মডাৰ্না বা টাটা কোনো এটা সংস্থাই এই সম্পৰ্কত আনুষ্ঠানিক মন্তব্য কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ