--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুসময়ত কোম্পানীবোৰে তেওঁলোকৰ বিজ্ঞাপন এনেদৰে প্ৰস্তুত কৰে যে যাক লৈ বিতৰ্ক হোৱাটো স্বাভাৱিক হৈ পৰে। এইবাৰো একেধৰণৰ ঘটনা সংঘটিত হৈছিল। বডী স্প্ৰে ব্ৰেণ্ডৰ শ্বট  লেয়াৰ'ৰ শ্বট ডিঅ'ৰ সৈতে সম্পৰ্কিত দুটা বিজ্ঞাপন বৰ্তমান বিতৰ্কৰ আৱৰ্তত। এই ব্ৰেণ্ডটো আদজাভিছ ভেঞ্চাৰ লিমিটেডৰ অন্তৰ্ভুক্ত। সামাজিক মাধ্যমত এতিয়া এই বিজ্ঞাপনক লৈ বাবে কোম্পানীটোক যথেষ্ট গালি দিয়া পৰিলক্ষিত হৈছে। মানুহে কয় যে এই বিজ্ঞাপনবোৰে ধৰ্ষণৰহে প্ৰচাৰ কৰিছে। টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ'ত  এটা প্ৰতিষ্ঠিত টিভি চেনেলৰ লোগোও দেখা গৈছে। যাৰ পৰা দেখা গৈছে যে এই বিজ্ঞাপনটো সেই চেনেলটোৱে ইয়াৰ প্লেটফৰ্মত চলাই আছে। 

শ্বটৰ  এই   ভিডিঅ'ৰ সামাজিক ক্ষেত্ৰত তীব্ৰ বিৰোধিতা কৰা হৈছে। মানুহে টুইটাৰত তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। মানুহে কৈছে যে এই বিজ্ঞাপনটোৱে ধৰ্ষণৰ প্ৰচাৰ কৰি আছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, "বিজ্ঞাপনৰ বাবে কিছুমান নিয়ম থাকিব লাগে। শ্বট ডায় বিজ্ঞাপনটো সঁচাকৈয়ে ঘৃণনীয়। 

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বডী স্প্ৰে শ্বটৰ বিতৰ্কিত বিজ্ঞাপনটো তাৎক্ষণিকভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিছে। মন্ত্ৰালয়ে টুইটাৰ আৰু ইউটিউবকো তেওঁলোকৰ প্লেটফৰ্মৰ পৰা লেয়াৰ বডী স্প্ৰে শ্বটৰ বিজ্ঞাপন তৎক্ষণাৎ আঁতৰাবলৈ নিৰ্দেশ দিছে। দিল্লী মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালিৱালেও ইয়াত আপত্তি কৰিছিল। মালিৱালে এই বিজ্ঞাপনবোৰক ধৰ্ষণৰ প্ৰচাৰ বুলি বৰ্ণনা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ