--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দিল্লীত থকা প্রায় ৫ হাজাৰ পাকিস্তানী নাগৰিকৰ এখন তালিকা চোৰাংচোৱা ব্যুৰ' (আই বি)ই দিল্লী পুলিচৰ হাতত অর্পণ কৰিছে। এই তালিকাখনত থকা পাকিস্তানী নাগৰিকসকলে দেশ ত্যাগ কৰিলে নে নাই সেইটো সু-নিশ্চিত কৰাৰ বাবে আই বিয়ে দিল্লী পুলিচৰ বিশেষ শাখাক অর্পণ কৰে।

বিশেষ শাখাই এই পাকিস্তানী নাগৰিকসকলৰ সূচীৰ সত্যাসত্য নিৰ্ণয় কৰিব আৰু এতিয়াও দেশ ত্যাগ নকৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব। ইফালে, কেন্দ্ৰীয় চৰকাৰে কালি জাৰি কৰা এখন জাননীত এই বুলি কোৱা হৈছে যে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত যিসকল পাকিস্তানী নাগৰিকে ভাৰত ত্যাগ কৰা নাই তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 

তেনে লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব আৰু তেনে লোকক তিনি বছৰ কাৰাদণ্ড তথা তিনি লাখ টকাৰ জৰিমনা বিহা হ'ব পাৰে। দিল্লী পুলিচে আই বিৰ সৈতে মিলি এই তালিকাত থকা প্রতিজন পাকিস্তানী নাগৰিকৰ তথ্য সংগ্ৰহ কৰি যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ