--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ তাৰকা উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টে এতিয়া ভাৰতীয় দলৰ নেতৃত্বত আছে। দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৫খন মেচৰ টি-২০ শৃংখলাত কে এল ৰাহুলৰ পৰিৱৰ্তে ঋষভ পণ্টৰ কান্ধতে নেতৃত্বৰ ভাৰ অৰ্পন কৰা হৈছিল। বিৰাট কোহলী, ৰাহুল, বুমৰাহৰ অনুপস্থিতিত দলটো অৱতীৰ্ণ হৈছিল দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে।

নিৰ্ধাৰিত ২০ অ’ভাৰত ৪টা উইকেট হেৰুৱাই ভাৰতে ২১১ ৰান সংগ্ৰহ কৰে। হাৰ্দিক পাণ্ডিয়াই ২টা বাউণ্ডেৰী আৰু ৩টা অ’ভাৰ বাউণ্ডেৰীৰে ১২টা বলত ৩১ ৰানৰ অপৰাজিত ইনিংছ খেলে। উজলি উঠিল ঈশাণ কিষাণ। ৭৬ ৰানৰ দৰ্শনীয় ইনিংছ খেলে কিষাণে। দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে বান্ধি দিছিল ২১২ ৰানৰ লক্ষ্য।

প্ৰত্যুত্তৰত দঃআফ্ৰিকাই অ’ভাৰত উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। পুনৰ চিনাকি ছন্দত দেখিবলৈ পোৱা গ’ল ডেভিদ মিলাৰক। ৬৪ৰানৰ চমকপ্ৰদ ইনিংছ উপহাৰ দিয়ে মিলাৰে। আইপিএলতো উজলি উঠিছিল মিলাৰ। মিলাৰৰ সৈতে ইনিংছ স্বম্ভালে ডুছনে। ৪৬বলত ৭৬ ৰানৰ বৰঙনি আগবঢ়ায় ডুছেনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ