--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী: আজি কৃষকসকলৰ তীব্ৰ প্ৰতিবাদৰ সময়তে দিল্লীৰ ডিডিইউ মাৰ্গত এখন ট্ৰেক্টৰ বাগৰি পৰাৰ ফলত এজন লোকৰ মৃত্যু হয়। প্ৰতিবাদকাৰীসকলে সীমান্ত অঞ্চলত আৰক্ষীৰ বেৰিকেড ভাঙি দিল্লীৰ কেইবাটাও অঞ্চলত সংঘৰ্ষ কৰাত কৃষকসকলৰ প্ৰতিবাদে হিংসাত্মক ৰূপ লয়।

আৰু পঢ়িব পাৰিব : অভিশপ্ত ২৫ জানুৱাৰী: গুলীয়াই হত্যা দুগৰাকীকৈ সংগ্ৰামী যুৱকক

ঘটনাটোত এতিয়ালৈকে কেইবাজনো আৰক্ষী বিষয়াও আহত হৈছে৷ প্ৰতিবাদী কৃষকসকলৰ সৈতে সংঘৰ্ষৰ সময়ত দিল্লী আৰক্ষীৰ বিষয়াকেইজন আহত হয়। উল্লেখ্য, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু জনতাক দূৰ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিছিল।

আৰু পঢ়িব পাৰিব : খানাপাৰা খেলপথাৰৰ গণৰাজ্য দিৱসত ৰাজ্যপাল-মুখ্যমন্ত্ৰী

হিংসাত্মক ঘটনাৰ বাবে, পূব আৰু উত্তৰ-পূব দিল্লীৰপৰা মধ্য দিল্লীলৈ যোৱা সকলো পথ আৰক্ষীয়ে অৱৰুদ্ধ কৰিছে। কোনো ট্ৰেফিকৰ অনুমতি দিয়া হোৱা নাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ