--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দিল্লী আৰক্ষীয়ে কৃষকসকলৰ গণতন্ত্ৰ দিৱসৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত হোৱা হিংসাৰ বিৰুদ্ধে ২২টা গোচৰ ৰুজু কৰিছে। জানিব পৰা মতে, এই ঘটনাত ৩০০জনৰো অধিক আৰক্ষীৰ লোক আহত হয়৷ ঘটনাসমূহৰ বেছিভাগেই মুকাৰবা চ’ক, গাজিপুৰ, আইটিঅ', সীমাপুৰী, নাংলোই টি-পইণ্ট, টিকৰি সীমান্ত আৰু লালকিল্লাত সংঘটিত হৈছিল।

আৰু পঢ়িব পাৰিব : বিশিষ্ট ভাষাবিদ-সাহিত্যিক ৰমেশ পাঠকৰ দেহাৱসান…

গাজীপুৰ, টিকৰি আৰু সিংঘু সীমান্তত আৰক্ষীৰ বেৰিকেড ভাঙি দিয়া হৈছিল। আৰক্ষীয়ে ৰুজু কৰা গোচৰত ভালেকেইজন কৃষক নেতাৰ কথা উল্লেখ কৰিছে আৰু এই সন্দৰ্ভত অপৰাধ শাখা আৰু বিশেষ কোষে তদন্ত কৰাৰ সম্ভাৱনা আছে। দিল্লী আৰক্ষীয়েও এই সন্দৰ্ভত এফআইআৰ দাখিল কৰিব। কালিৰ ঘটনাত আঠখন বাছ আৰু ১৭খন ব্যক্তিগত বাহন ভঙা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

আৰু পঢ়িব পাৰিব : দিল্লীত কৃষকৰ প্ৰতিবাদৰ সময়তে ট্ৰেক্টৰ বাগৰি পৰাত এজনৰ মৃত্যু

উল্লেখ্য যে, সংযুক্ত কৃষক মৰ্চাই দিল্লী আৰক্ষীৰ সৈতে কেইবাটাও পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছিল আৰু প্ৰস্তাৱিত পৰিকল্পনা অনুসৰি শান্তিপূৰ্ণ ৰেলী উলিয়াবলৈ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁলোকে তেওঁলোকৰ সমদল আৰম্ভ কৰাৰ পাছত নিৰ্ধাৰিত সময়ৰ আগতে আৰু পূৰ্ব নিৰ্ধাৰিত পথৰপৰা বিচ্যুত হোৱাৰ পাছত হিংসা আৰম্ভ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ