--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ওজন বৃদ্ধিয়ে আমাক সকলোকে চিন্তিত কৰি তোলে, যাৰ পৰা মুক্তি পাবলৈ আমি বিভিন্ন ধৰণৰ ব্যায়াম আৰু ৱৰ্কআউট কৰো। ইয়াৰে এটা হ’ল খোজকঢ়া। বিশ্বাস কৰা হয় যে যদি এজন ব্যক্তিয়ে দিনটোত ৫ হাজাৰবাৰ বা তাতোকৈ অধিক খোজ খোজকাঢ়ে, তেতিয়া তেওঁৰ ওজন হ্ৰাস পায়, কিন্তু তেনে কৰাৰ পাছতো যদি আশা কৰা ধৰণে ফল নাপায়, তেতিয়া এই পদ্ধতিত কিছু পৰিৱৰ্তন অনাৰ প্ৰয়োজন আছে।

 খোজকঢ়াটো স্বাস্থ্যৰ বাবে অতি উপকাৰী-

দৈনিক খোজকঢ়াৰ ফলত স্বাস্থ্যৰ উপকাৰ হয় আৰু হাৰ্টএটেকৰ দৰে ৰোগৰ সম্ভাৱনাও কম হয়। যদি আপুনি ওজন হ্ৰাস কৰিব পৰা নাই, তেন্তে আপুনি আপোনাৰ পদ্ধতি আৰু জীৱনশৈলী সলনি কৰিব পাৰে।

 দৈনিক ৫০০০বাৰ খোজকাঢ়িলেও যেতিয়া ওজন কমি নাযায় তেতিয়া কি কৰিব লাগে?

 ১) ওজন কমাবলৈ কেৱল খোজকঢ়াৰ ওপৰত নিৰ্ভৰ নকৰে, আধা ঘণ্টা ৱৰ্কআউটো কৰিব লাগে, ই পেটৰ চাৰিওফালে থকা চৰ্বি কমিবলৈ আৰম্ভ কৰে।

 ২) আপুনি দৈনন্দিন খাদ্যৰ পৰা তেলীয়া খাদ্য আঁতৰাই পেলাওক, কাৰণ এনে পৰিস্থিতিত আপোনাৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হবলৈ আৰম্ভ কৰে, যাৰ ফলত ওজন কমাত অসুবিধা হয়।

 ৩) যি খাদ্যত চেনিৰ পৰিমাণ অতি বেছি থাকে তাৰ পৰা দূৰত্ব থাকক। মনত ৰাখিব যে মিঠা বস্তু খালে ওজন কমি নাযায় আৰু ই ডায়েবেটিছৰ দৰে ৰোগৰো সম্ভাৱনা বৃদ্ধি কৰে।

 ৪) দৈনন্দিন খাদ্য তালিকাত কেৱল স্বাস্থ্যসন্মত খাদ্যহে অন্তৰ্ভুক্ত কৰক, যিয়ে মেটাবলিজম উন্নত কৰে আৰু দীৰ্ঘ সময়লৈ ভোক অনুভৱ নকৰে। ইয়াৰ বাবে আপুনি ঋতু অনুসৰি ফলমূল, মাহজাতীয় খাদ্য, সেউজীয়া শাক-পাচলি, বাদাম আৰু চালাড খাব পাৰে।

 ৫) দৈনিক খোজকঢ়াৰ সময়ত শৰীৰত যাতে পানীৰ অভাৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। শৰীৰক হাইড্ৰেটেড কৰি ৰখাটো অতি প্ৰয়োজনীয়, কিয়নো ই হজম শক্তি বৃদ্ধি কৰে আৰু ওজন কমোৱাত সহায় কৰে।

 ৬) পানীৰ বাহিৰেও এনে ফলৰ ৰস আৰু ডিটক্স ড্ৰিংকছ খালে শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ দূৰ কৰে, ই শৰীৰক ফিট কৰি ৰখাত সহায় কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ