--°C
Loading...
Listen to Article
2 min read
80%
বুধবাৰ ৩০ মাৰ্চ, ২০২২ মেষ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আত্মবিশ্বাস হ্ৰাস হ’ব। জটিল পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হ'ব পাৰে। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত আজি সাৱধান হওক। পৰিয়ালৰ সৈতে সদ্ভাৱ বৃদ্ধি পাব। ধৰ্মীয় স্থানলৈ যাব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক। বৃষ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আপোনাৰ বিত্তীয় পৰিস্থিতি শক্তিশালী হ’ব। পাৰস্পৰিক বিশ্বাসৰ সহায়ত, আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব। এই ৰাশিচিহ্নৰ মহিলাসকলে এই দিনটোত কিছু বিশেষ ভাল খবৰ পাব পাৰে। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে। শৈক্ষিক কামত সফলতা লাভ কৰিব। মিথুন ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ মাজেৰে পাৰ হব। স্থগিত কাম, বিবাদ, সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। অৰ্থনৈতিক পৰিস্থিতিৰ উন্নতিৰ লক্ষণ আছে। স্বাস্থ্যৰ যতন লওক। আজি কথা কওতে সাৱধান হ'ব। কৰ্কট ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিব। উপাৰ্জনৰ নতুন সন্ধান পাব। অধিক পৰিশ্ৰমে মানসিকভাৱে অসুস্থ কৰি তুলিব পাৰে। কথা কওতে শালীনতা বৰ্তাই ৰাখক। দাম্পত্য জীৱন সুখৰ হব। সিংহ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত উদাৰ মনোভাৱে মানুহক যথেষ্ট প্ৰভাৱিত কৰিব। অৰ্থনৈতিক পৰিস্থিতিত তাৰতম্য হ’ব। এজন বন্ধুৰ সমৰ্থন পাব। টকা ধাৰলৈ দিয়া পৰিহাৰ কৰক। দূৰ ভ্ৰমণৰ যোগ। কন্যা ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত দীৰ্ঘদিনীয়া সমস্যাবোৰ শেষ হ’ব। উচ্চ কৰ্তৃপক্ষৰ পৰা সহযোগিতা থাকিব। জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক। ঘৰত মাংগলিক কাৰ্য সম্পাদন হ'ব পাৰে। পত্নীৰ পৰা ভাল খবৰ লাভে আপোনাক আনন্দিত কৰিব। তুলা ৰাশি– এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আপোনাৰ শাৰীৰিক স্বাস্থ্য উন্নত ৰাখক। পাবলগীয়া ধন আজি লাভ কৰিব পাৰে। ব্যৱসায়ৰ বাবে দিনটো শুভ। পাৰিবাৰিক দায়িত্ব বৃদ্ধি হব। মানসিক চাপ থাকিব পাৰে। দূৰ ভ্ৰমণ পৰিহাৰ কৰা উচিত। কৰ্মক্ষেত্ৰত বিষয়াসকলৰ সহযোগিতা লাভ কৰিব। বৃশ্চিক ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত বন্ধুৰ সৈতে কিছু সময় পাৰ কৰাৰ সুযোগ পাব পাৰে। শিক্ষাৰ্থী সকলে সফলতা লাভ কৰিব পাৰে। পত্নীৰ সৈতে সাধাৰণ মতভেদ থাকিব পাৰে। মাতৃৰ পৰা আৰ্থিক সহযোগিতা লাভ কৰিব পাৰে। ধনু ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আপুনি আজিৰ প্ৰতিটো কাম শক্তিশালী মনোবল আৰু আত্মবিশ্বাসেৰে কৰিব। আত্মবিশ্বাস আৰু সন্মান বৃদ্ধি হ’ব। পদোন্নতিৰ সুযোগ পাব পাৰে। পৰিয়ালত সদ্ভাৱ বৃদ্ধি পাব। মকৰ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মানসিকভাৱে অস্থিৰ অনুভৱ কৰিব পাৰে। ৰাজহুৱা স্থানত শালীনতা বৰ্তাই ৰাখক। আপোনাৰ কথাই আজি আপোনজনক কষ্ট দিব পাৰে। পিতৃ-মাতৃৰ সহায়ত, আপুনি বিত্তীয় সংকটৰ পৰা ওলাই আহিব পাৰিব। কুম্ভ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত মন সামাজিক কামৰ প্ৰতি থাকিব। শিক্ষাৰ্থীসকলে উন্নত ফলাফল লাভ কৰিব। উপাৰ্জন হ্ৰাস হ'ব, কিন্তু অধিক ব্যয়ে আজি আৰ্থিক সমস্যাৰ সৃষ্টি কৰিব পাৰ। মীন ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত উপহাৰ আৰু গৃহসজ্জাৰ নামত ব্যয় বৃদ্ধি। পিতৃৰ পৰা গ্ৰহণ কৰা পৰামৰ্শই আপোনাক আৰ্থিকভাৱে লাভাৱাম্বিত কৰিব। পৰিশ্ৰম বৃদ্ধি, এজন বন্ধুৰ সহায়ত উপাৰ্জনৰ নতুন বাট মুকলি হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ