--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় বজাৰত মঙলবাৰে সকলো মুখ্য চহৰতে সোণৰ মূল্য হ্ৰাস হোৱা দেখা গৈছে। জানিব পৰা মতে সোণৰ মূল্য প্ৰতি ১০০ গ্ৰামত ২,৫০০ টকা হ্ৰাস পাইছে। মূল্য হ্ৰাসৰ পাছত, ২২ কেৰেটৰ সোণ প্ৰতি ১০০ গ্ৰামত ৪,৭৯,৫০০ টকাত বিক্ৰী হৈছে ৷ আনহাতে ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৪৭,৯৫০ টকাত বিক্ৰী হৈছে। ইয়াৰপূৰ্বে সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ৪৮,২০০ টকাত হৈছিল। চাও আহক চহৰ অনুসৰি সোণৰ মূল্য- গুৱাহাটী- দিল্লী আৰু মুম্বাইত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৯,৫২০ টকা। আনহাতে ২৪ কেৰেট ১০ গ্ৰামত ৫১,৯৭০ টকা৷ দিল্লী আৰু মুম্বাই- দিল্লী আৰু মুম্বাইত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৪৭,৯৫০ টকা। চেন্নাইত- চেন্নাইত সোণৰ মূল্য সৰ্বাধিক। ইয়াত ১০ গ্ৰামৰ মূল্য হৈছে ৪৮,১৬০ টকা। বদোদৰা আৰু আহমেদাবাদ বদোদৰা আৰু আহমেদাবাদৰ দৰে চহৰত, ১০ গ্ৰাম ২২ কেৰেটসোণৰ মূল্য ৪৮,০০০ টকাৰ ওচৰত। আনহাতে, ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৫২,৩৫০ টকা। ৰাজ্যিক কৰ, আবকাৰী শুল্ক আৰু মাচুল লোৱাৰ দৰে বিভিন্ন কাৰকৰ বাবে সোণৰ মূল্য প্ৰতিদিনে সলনি হয়। কলকাতা আৰু বাংগালোৰ কলকাতা আৰু বেংগালুৰুত, ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৪৭,৯৫০ টকা আৰু ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৫২,৩১০ টকা। পুনে আনহাতে, পুনেত ১০ গ্ৰাম ২২ কেৰেটসোণৰ মূল্য ৪৮,০৫০ টকা আৰু ১০ গ্ৰাম ২৪ কেৰেটসোণৰ মূল্য ৫২,৪০০ টকা। জয়পুৰ বৰ্তমান জয়পুৰত ১০ গ্ৰাম ২২ কেৰেটসোণৰ মূল্য ৪৮,১০০ টকা আৰু ১০ গ্ৰাম ২৪ কেৰেটসোণৰ মূল্য জয়পুৰত ৫২,৪৫০ টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ