--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় প্ৰজেক্ট মেনেজাৰ মাগেশ কুমাৰ নটৰাজনে শুকুৰবাৰে ইউ এ ইৰ বাহিৰৰ নতুন ৰেফল ড্ৰ’ৰ প্ৰথম বিজয়ী হিচাপে পৰিগণিত হয়। ইয়াৰ উপহাৰ হিচাপে তেওঁ অহা ২৫ বছৰলৈ প্ৰতিমাহে ৫.৫ লাখতকৈ অধিক টকাৰ আগমন ঘটিব।

৪৯ বছৰীয়া নটৰাজনে এমিৰেটছ ড্ৰ'ৰ "FAST5 গ্ৰেণ্ড প্ৰাইজ" লাভ কৰে। তেওঁ ২৫ বছৰৰ বাবে মাহে ৫.৫ লাখ টকা লাভ কৰিব। তামিলনাডুৰ আম্বুৰত থকা এই প্ৰজেক্ট মেনেজাৰগৰাকী হৈছে প্ৰথম বিশ্বব্যাপী গ্ৰেণ্ড প্ৰাইজ বিজয়ী আৰু ইউ এ ইৰ বাহিৰৰ প্ৰথম বিজয়ী।

এতিয়া নটৰাজনৰ অগ্ৰাধিকাৰ হৈছে আৰ্তজনক সহায় কৰা। তদুপৰি কন্যা সন্তানৰ শিক্ষাত বিনিয়োগ কৰি পৰিয়ালৰ উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰাৰ পৰিকল্পনা কৰিছে।

জীৱনৰ বেছিভাগ সময় তামিলনাডুৰ অম্বুৰত কটালে নটৰাজনে। ২০১৯ চনৰ পৰা চলিত বৰ্ষৰ আৰম্ভণিলৈকে চৌদি আৰৱত তেওঁৰ চাৰি বছৰীয়া কৰ্ম নিযুক্তিয়েই ভাগ্যৰ এক উল্লেখযোগ্য অধ্যায় মুকলি কৰে। ডুবাই ভ্ৰমণে তেওঁক চহৰখনৰ জনপ্ৰিয় লটাৰী ড্ৰ’ৰ বিষয়ে অৱগত কৰিছিল।

দুটি সন্তানৰ উল্লাসিত পিতৃ নটৰাজনে কয় যে, "এয়া আছিল এক অবিশ্বাস্য মুহূৰ্ত যিটো মোৰ জীৱনৰ অন্যতম সুখী আৰু স্মৰণীয় দিন হৈ পৰিল।’’




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ