--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : বিজেপিৰ প্ৰাৰ্থীৰ তালিকা শুকুৰবাৰে প্ৰকাশ পোৱাৰ পাছতে নতুন আঞ্চলিক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’-এ ১৮টা সমষ্টিত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে৷ দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰথমবাৰৰ বাবে দুলীয়াজানৰ পৰা নিৰ্বাচন খেলিব৷

আৰু পঢ়িব পাৰিব : ৯২টা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ। কোনে পালে প্ৰাৰ্থিত্ব?

ইপিনে ‘অজাপ’ৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে ধেমাজিৰপৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে ডিব্ৰুগড়ৰ প্ৰাৰ্থী অজিত বৰগোহাঁই, শদিয়াত প্ৰতিদ্বন্দ্বিতা কৰিব জগদীশ ভূঞাই, ঢেকীয়াজুলিত শত্ৰুঘ্ন চাচনী, ৰঙাপাৰাত অজয় তাঁতী, ধিঙত আনজাৰ হুছেইন, বটদ্ৰৱাত অৰূপ কুমাৰ শইকীয়া, সৰুপথাৰত ৰাজু ফুকন, খুমটাইত পৱন শইকীয়া, দেৰগাঁৱত আনন্দ চন্দ্ৰ দাস, নাজিৰাত ৰিবুলয়া গগৈ৷

আৰু পঢ়িব পাৰিব : মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদমেল! মুকলি কৰা হ’ল নিৰ্বাচনী শীৰ্ষক গীত

ইয়াৰ উপৰি থাওৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব দীপেন তাঁতী, বিহপুৰীয়াত অচ্যুত শইকীয়া, ঢকুৱাখনাত সত্যজিৎ ৰেগন, মৰিয়নিত ৰাজীৱ কুমাৰ হাজৰিকা, তিনিচুকীয়াত চামচেৰ সিং, ‘অজাপ’ৰ মাৰ্ঘেৰিটাৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ দেৱক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ