--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দিল্লীত বিজেপি-অগপ-UPPLৰ যৌথ সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত সোণোৱাল, হিমন্ত বিশ্ব, অতুল বৰা, কেশৱ মহন্ত উপস্থিত থাকে। পাটাছাৰকুছিত ৰঞ্জিত দাস, মাজুলীত সৰ্বানন্দ সোণোৱাল,
জালুকাবাৰীত হিমন্ত বিশ্ব শৰ্মা, ঢেকীয়াজুলিত অশোক সিংঘাল,
চতিয়াত পদ্ম হাজৰিকা, বটদ্ৰৱাত আঙুৰলতা ডেকা, ৰূপহীহাটত নাজিৰ হুছেইন, সৰুপথাৰত বিশ্বজিৎ ফুকন, গোলাঘাটত অজন্তা নেওগ, খুমটাইত মৃণাল শইকীয়া, মৰিয়নিত ৰমণী তাঁতী, নাজিৰাত ময়ূৰ বৰগোঁহাই, থাওৰাত কুশল দুৱৰী, বিহপুৰীয়াত ডাঃ অমিয় ভূঞা, লখিমপুৰত মানৱ ডেকা,

আৰু পঢ়িব পাৰিব : মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদমেল! মুকলি কৰা হ’ল নিৰ্বাচনী শীৰ্ষক গীত


ঢকুৱাখনাত নৱ কুমাৰ দলে, ধেমাজিত ডাঃ ৰণুজ পেগু, জোনাইত ভূবন পেগু, ডিব্ৰুগড়ত প্ৰশান্ত ফুকন, লাহোৱালত বিনোদ হাজৰিকা,
তিনিচুকীয়া সঞ্জয় কিষাণ, মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা, শদিয়াত বলিন চেতিয়া,
ৰাতাবাৰীত বিজয় মালাকাৰ, পাথাৰকান্দিত কৃষ্ণেন্দু প’ল,
ধলাইত পৰিমল শুক্লবৈদ্য, উদাৰবন্দত মিহিৰ কান্তি সৌম,
হাফলঙত নন্দিতা গাৰ্লোচা, ডিফুত বিদ্যাসিং ইংলেং,
বৈঠালাংছ’ত ৰূপসিং টেৰণ, নলবাৰীত জয়ন্ত মল্ল বৰুৱা,
কমলপুৰত দিগন্ত কলিতা, ৰঙিয়াত ভৱেশ কলিতা,

আৰু পঢ়িব পাৰিব : ফ্লাইং স্কোৱাডৰ অভিযানত জব্দ কেইবালাখ ধনসহ সুৰা


মৰিগাঁৱত ৰমাকান্ত দেউৰী, জাগীৰোডত পীয়ুষ হাজৰিকা, লামডিঙত শিবু মিশ্ৰ, চামগুৰিত অনিল শইকীয়া, যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামী
সোণাৰীত ধৰ্মেশ্বৰ কোঁৱৰ, নাহৰকটীয়াত তৰংগ গগৈ,
ডিগবৈত সুৰেন ফুকন, শিলচৰত দিপন চক্ৰৱৰ্তী, বোকাজানত নোমল মমিন, নগাঁৱত ৰূপক শৰ্মা, বঢ়মপুৰত জিতু গোস্বামী, বৰচলাত গণেশ কুমাৰ লিম্বু, ৰঙাপাৰাত কৃষ্ণ কমল তাঁতী, বিশ্বনাথত প্ৰমোদ বৰঠাকুৰ, বিহালীত ৰঞ্জিত দত্ত, গহপুৰত উত্পল বৰা, ধিঙত সঞ্জীৱ কুমাৰ বৰা, তিতাবৰ হেমন্ত কলিতা
মাহমৰাত যোগেন মহন, শিৱসাগৰত সুৰভি ৰাজকোঁৱৰ, মৰাণত চক্ৰধৰ গগৈ, টিংখঙত বিমল বৰা, অগপই ২৬, UPPLএ ৮ সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা। ১১ গৰাকী বৰ্তমানৰ বিধায়কে নাপালে প্ৰাৰ্থিত্ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ