--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  দুপৰীয়া ভাত খোৱাৰ পাছত প্ৰায়ে টোপনি অনুভৱ কৰে । অফিচতেই  হওক বা ঘৰতেই হওক টোপনি আহিবই। কিন্তু এই ভাতৰ টোপনি আচলতে শৰীৰৰ বাবে ভাল নে বেয়া? ভাত কিয় টোপনি যায়? জানক- 

 হঠাত্‍ করে দুই হরমোন বেড়ে যাওয়ার কারণেই ঘুম ঘুম ভাব হয়। এই সময় শরীর হজমের কাজে ব্যস্ত হয়ে যায়। আর ঘুম পায়। তবে এই সময় ঘুমানো কিন্তু একদম ঠিক নয়। photo source collected

ভাত খোৱাৰ পাছত টোপনি টোপনি অনুভৱ নকৰা মানুহ লগ পোৱাটো টান। অফিচ বা কৰ্মস্থলীতেই হওক বা ঘৰতেই হওক, দুপৰীয়া ভাত খালে টোপনি যায়! কিন্তু সেয়া কিয়? এই ভাত টোপনিৰ আচল কাৰণ জানি লওক

চাউলত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট বা চুগাৰ  থাকে যিবোৰ গ্লুক’জলৈ ৰূপান্তৰিত হয়। গ্লুক’জৰ বাবে ইনচুলিনৰ প্ৰয়োজন। শৰীৰত ইনচুলিনৰ পৰিমাণ বৃদ্ধি হ’লে প্ৰয়োজনীয় ফেটি এচিড ট্ৰিপ্ট’ফেনে মেলাটনিন আৰু চেৰ’টনিন হৰম’ন দুটাৰ পৰিমাণ বৃদ্ধি কৰে।

 তবে দুপুরের ভাত ঘুম এড়াতে ভাতের বদলে রুটি খাওয়াই যেতে পারে। চেষ্টা করবেন ভাত খেয়েই না ঘুমিয়ে পড়তে। photo source collected


হঠাতে দুটা হৰম’ন বৃদ্ধি হ’লে টোপনিৰ সৃষ্টি হয়। এই সময়ছোৱাত শৰীৰ পাচনত ব্যস্ত হৈ পৰে। আৰু টোপনি আহে অৱশ্যে এই সময়ত শুই থকাটো উচিত নহয়।

ভাত খোৱাৰ পাছত যদি টোপনি যায় তেন্তে হজম শক্তিত বাধাৰ সৃষ্টি হয়। ফলত শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি হয়।

অৱশ্যে দুপৰীয়া ভাতৰ টোপনিৰ পৰা হাত সাৰিবলৈ ভাতৰ সলনি ৰুটি খাব পাৰি। প্ৰয়োজন হ'লে ভাত নোখোৱাকৈ শুবলৈ চেষ্টা কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ