--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈছে অভিনেতা বৰুণ ধাৱানৰ এটা ভিডিঅ’। ৰেকৰ্ডেত ভিডিঅ’টোত বৰুণে এজন শাৰীৰিকভাৱে অক্ষম অনুৰাগীৰ সৈতে ফটো তুলি থকা দেখা গৈছে। ফটোখন তোলাৰ পিছত অনুৰাগী জনে বৰুণৰ গালত আলফুলে চুমা খোৱাও দেখিবলৈ পোৱা গৈছে।

বলীউড অভিনেতাজনক এনেদৰে দেখিবলৈ পাই উচ্ছসিত অনুৰাগী। কেৱল সেয়াই নহয় নেটিজেনৰ প্ৰশংসাও বুটলিবলৈ সক্ষম হৈছে তেওঁ।

বৰুণৰ ভিডিঅ’টো দেখি প্ৰেমত পৰিছে তেওঁৰ অনুৰাগী। ভিডিঅ’টোত নেটিজেনৰ মন্তব্য, ‘বলীউডৰ অন্যতম দয়ালু অভিনেতা বৰুণ’। আন এজনে লিখিছে, ‘বৰুণে ইমান মমতাৰে মূৰত হাত থৈছে!’ একাংশই আকৌ লিখিছে, ‘ভিডিঅ’টোৱে দিনটো সুন্দৰ কৰি তুলিলে।’

‘ভেড়িয়া’;  ‘যুগ যুগ জিঅ’ৰ দৰে ছবিত বৰুণক দেখিবলৈ পোৱা যাব। ক’মেডী ড্ৰামা ছবিখনৰ পৰিচালনা ৰাজ মেহতাৰ আৰু প্ৰযোজনা হীৰু যশ জোহৰ, কৰণ জোহৰ আৰু অপূৰ্ব মেহতাৰ। বৰুণৰ উপৰি ছবিখনত অভিনয় কৰিছে অনিল কাপুৰ, নীতু কাপুৰ, কিয়াৰা আদাবনী, প্ৰযুক্তা কৌলী আৰু মনীষ পলৰ দৰে অভিনেতা। ২০২২ চনৰ ২৪ জুনত মুক্তি পাব ছবিখন।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ