--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ২০২২ চনৰ প্ৰথম পাঁচ মাহত, নিৰাপত্তা বাহিনীয়ে কাশ্মীৰত সন্ত্ৰাসবাদীৰ দলক এক বৃহৎ আঘাত হানিবলৈ সক্ষম হৈছেকাশ্মীৰ উপত্যকাত সক্ৰিয় ১৬০-১৮০ জন উগ্ৰপন্থীৰ ভিতৰত নিৰাপত্তাৰক্ষীয়ে ১২ জুনলৈকে ১০০ জন উগ্ৰপন্থীক হত্যা কৰিছে

কাশ্মীৰৰ আইজিপিয়ে সদৰি কৰা মতে, এই বছৰৰ পাঁচ মাহ আৰু ১২ দিনত নিহত ১০০ জন সন্ত্ৰাসবাদীৰ ভিতৰত ৭১ জন স্থানীয় আৰু ২৯ জন বিদেশী সন্ত্ৰাসবাদী, যাৰ আটাইকেইজন পাকিস্তানী নাগৰিকনিহত সন্ত্ৰাসবাদীসকলৰ ভিতৰত লস্কৰ--তৈবা (এলইটি) আটাইতকৈ বেছিসংখ্যক সন্ত্ৰাসবাদী ছিলনিৰাপত্তাবাহিনীৰে সংঘৰ্ষত মুঠ ৬৩জন সন্ত্ৰাসবাদী নিহত হৈছিল

 

ইছ--মহম্মদ (জেইএম) ২৪ জন সন্ত্ৰাসবাদীয়ে এই সময়ছোৱাত প্ৰাণ হেৰুৱাইছে সেনা-আৰক্ষীৰ অভিযানত নিহত বাকী সন্ত্ৰাসবাদীৰ দলবোৰৰ ভিতৰত আছে আনছাৰ-গজৱাতুল হিন্দ আৰু আইএছজেকেৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ সদস্যও। বিগত মে মাহত ২৭ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে এপ্ৰিল মাহত ২৪ জন নিহত হৈছিল, তাৰ পাছত ২০ জন জানুৱাৰীত, ১৩ জন মাৰ্চত আৰু জন ফেব্ৰুৱাৰীত নিহত হৈছিলজুনৰ প্ৰথম ১২ দিনত জন সন্ত্ৰাসবাদী নিহত হৈছিল

উল্লেখ্য যে, এই সংখ্যা ২০২১ চনত একে সময়তে নিহত সন্ত্ৰাসবাদীৰ সংখ্যাতকৈ দুগুণনিৰাপত্তাৰক্ষীয়ে একে সময়তে ২০২১ চনত ৪৯ জন স্থানীয় লোক আৰু জন বিদেশী সন্ত্ৰাসবাদীকে ধৰি ৫০ জন সন্ত্ৰাসবাদীক হত্যা কৰিছিল এই তথ্যই প্ৰমাণ কৰিছে যে, জম্মু-কাশ্মীৰত এতিয়াও বিদেশী সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ অব্যাহত আছে আৰু নিৰাপত্তাবাহিনীসমূহে সন্ত্ৰাসবাদ দমন ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাই বিশেষ সাফল্যও লাভ কৰিবলৈ সক্ষম হৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ