--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মতে, ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত শনিবাৰে আৰু দেওবাৰকে ধৰি ৰাজ্য-নিৰ্দিষ্ট বন্ধৰ তালিকা প্ৰকাশ৷ দেশৰ বিভিন্ন প্ৰান্তৰ বেংকসমূহ ফেব্ৰুৱাৰী মাহত মুঠ ১২দিন বন্ধ থাকিব। বসন্ত পঞ্চমী আৰু গুৰু ৰবিদাস জয়ন্তীৰ দৰে উৎসৱৰ বাবে ফেব্ৰুৱাৰী মাহত বন্ধ থাকিব বেংকসমূহ। অৱশ্যে, সমগ্ৰ ১২দিনৰ বাবে দেশৰ সকলো বেংক বন্ধ নাথাকিব। কেইখনমান ৰাজ্যৰ বেংকবোৰ নিৰ্দিষ্ট দিনত বন্ধ থাকিব, আনহাতে ৰাজ্যিক বা আঞ্চলিক বন্ধৰ বাবে আন ৰাজ্যৰ বেংকবোৰ আন দিনত বন্ধ থাকিব। নিম্নলিখিতবোৰ হৈছে ফেব্ৰুৱাৰী ২০২২-ত বেংক বন্ধৰ তালিকা : ফেব্ৰুৱাৰী ২– সোনম লোছাৰ (গেংটক) ফেব্ৰুৱাৰী ৫ – সৰস্বতী পূজা/ শ্ৰী পঞ্চমী/শ্ৰী পঞ্চমী বসন্ত পঞ্চমী (আগৰতলা, ভুৱনেশ্বৰ, কলকাতা) ফেব্ৰুৱাৰী ৬– প্ৰথম দেওবাৰ ফেব্ৰুৱাৰী ১২ – দ্বিতীয় শনিবাৰ ফেব্ৰুৱাৰী ১৩ – দ্বিতীয় দেওবাৰ ফেব্ৰুৱাৰী ১৫ – মহম্মদ হজৰত আলী জন্মদিন/লুই-নাগাই-নি (ইম্ফল, কানপুৰ, লক্ষ্ণৌ) ফেব্ৰুৱাৰী ১৬ – গুৰু ৰবিদাস জয়ন্তী (চণ্ডিগড়) ফেব্ৰুৱাৰী ১৮ – দলযাত্ৰা (কলকাতা) ফেব্ৰুৱাৰী ১৯ – ছত্ৰপতি শিৱাজী মহাৰাজ জয়ন্তী (বেলাপুৰ, মুম্বাই, নাগপুৰ) ফেব্ৰুৱাৰী ২০ – তৃতীয় দেওবাৰ ফেব্ৰুৱাৰী ২৬ – মাহৰ চতুৰ্থ শনিবাৰ ফেব্ৰুৱাৰী ২৭ – চতুৰ্থ দেওবাৰ। আনহাতে, বেংক বন্ধৰ দিনবোৰ ৰাজ্যভেদে পৃথক হয়। সকলো বেংকিং প্ৰতিষ্ঠানৰ দ্বাৰা বন্ধৰ দিনবোৰো পালন কৰা নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ